All India Ho Language Action Commettee ৰ উদ্যোগত যোৱা ০৮/০৮/২০২২ তাৰিখ সোমবাৰৰ দিনা "দিল্লীত ধাৰণা কাৰ্য্যসূচী Ho Language 8th Schedule অত অন্তৰ্ভুক্ত কৰিব কাৰণে ধৰ্ণা কাৰ্য্যসূচী লোৱা হৈছিল উক্ত ধৰ্ণা কাৰ্য্যসূচীত উপস্থিত থাকে অসমৰ পৰা সদৌ অসম আদিবাসী হ' সমাজ কেন্দ্ৰীয় সমিতিৰ সহ-সম্পাদক চাজেন চুৰিন, সাংগঠনিক সম্পাদক ৰমেশ পুৰ্তি আৰু সহ-সাংগঠনিক সম্পাদক চুৰেন চাতাৰ মুণ্ডা উক্ত বিষয়ববীয়া সকল অংশ গ্ৰহণ কৰি "দিল্লী যন্তৰমন্তৰত আদিবাসী হ' ভাষা আন্দোলন আৰু জনজাতিকৰণ (ST) কাৰণে দাবী জনোৱা হ'ল লগতে ভাৰতৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰোপতী মুৰ্মু ডাঙৰয়নীক শাক্ষ্যৎ কৰি এখন স্মাৰক পত্ৰ দিয়া হ'ল আনহাতে উড়িষাৰ (MP) চুছমিত পাত্ৰাৰ লগত এখন স্মাৰক পত্ৰ ও আলোচনা কৰি উক্ত কাৰ্যসূচীৰ পিছতে উভতি অহা সমুহ বিষয়ববীয়া সকলক সাকোমঠাত আজি তেখেত সকলক আদিবাসী নৃত্য ঢ়োল নেগেৰা আদি বজাই উষ্ম আদৰনি জনাই আদৰি আনে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
আমগুৰিৰ নামতিৰ বামুণপুখুৰী চাৰি আলিত অনলাইন শ্বপিংত মোবাইল অৰ্ডাৰ কৰি লাভ কৰিলে এডোখৰ চাবোন।
আমগুৰিৰ বামুণ পুখুৰীত সংঘটিত হল এক আজৱ ঘটনা।এগৰাকী যুৱতীয়ে অনলাইন চপিংত এটা মোবাইল অৰ্ডাৰ কৰি...
কলিয়াবৰৰ বুঢ়াপাহাৰ চাহ বাগিছাত বিধ্বংসী অগ্নিকাণ্ড:জুইত জাহ গল বহু মূল্যৰ সা-সম্পত্তি
কলিয়াবৰৰ বুঢ়াপাহাৰ চাহ বাগিছা ত মুন্না আলি নামৰ এজন ব্যক্তিৰ দোকান ঘৰত বিধ্বংসী অগ্নিকাণ্ডৰ...
ছয় জনগোষ্ঠী জনজাতিকৰণ সন্দৰ্ভত বিধায়ক অখিল গগৈ মন্তব্যক উভতি ধৰিলে আটাছু কেন্দ্ৰীয় নেতৃবৰ্গই
ধেমাজি: ছয় জনগোষ্ঠী জনজাতিকৰণ নৰকা সন্দৰ্ভত বিধায়ক অখিল গগৈয়ে সংবাদমেলত কৰা মন্তব্যক উলতি...
ઝાલોદ તાલુકાની સરકારી દુકાનોમાં પુરતુ અનાજ ન અપાતું હોવાના આક્ષેપ સાથે પ્રાંત અધિકારીને આવેદનપત્ર આપવામાં આવ્યું
ઝાલોદ તાલુકાની સરકારી દુકાનોમાં પુરતુ અનાજ ન અપાતું હોવાના આક્ષેપ સાથે ઝાલોદ પ્રાંત અધિકારીને...