দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক ক্ষণত তামুলপুৰ জিলা প্ৰশাসনৰ ব্যস্ততা। পেৰেডত অংশ লোৱাৰ পূৰ্বে অন্তিম আখৰাত ব্যস্ত আৰক্ষী,অৰ্ধসামৰিক বাহিনী আৰু এন চি চিৰ দল