ৰঙাপথাৰ ২ নং আদৰ্শ অংগনবাড়ী কেন্দ্ৰ উদ্বোধন। অংগনবাড়ী কেন্দ্ৰটো উদ্বোধন কৰিলে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱাৰ লগতে অতিৰিক্ত উপায়ুক্ত দ্বয় জাভেদ আৰমান, অভিজিৎ গগৈৰ লগতে চৰাইদেউ জিলা পৰিষদৰ সভানেত্ৰী বন্তি কোঁৱৰ, এপিডিচিএলৰ স্বতন্ত্ৰ সঞ্চালক অনুপ সিং ৰাজপুৰুহিত, বিজেপি ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য কাজল দে, টাই আহোম উন্নয়ন পৰিষদৰ সদস্য দিলীপ কোঁৱৰৰ লগতে চৰাইদেউ জিলা সমাজ কল্যাণ বিভাগৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
7th Phase Voting : सुनिए मोहाली में मतदान के बाद क्या बोले Raghav Chadha | AAP | BJP | Election 2024
7th Phase Voting : सुनिए मोहाली में मतदान के बाद क्या बोले Raghav Chadha | AAP | BJP | Election 2024
চিলাপথাৰতো কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত অনুষ্ঠিত হল তৃতীয় বৰ্গৰ নিযুক্তিৰ পৰীক্ষা
চিলাপথাৰতো কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত অনুষ্ঠিত হল তৃতীয় বৰ্গৰ নিযুক্তিৰ পৰীক্ষা...
रावतभाटा में आजीविका मिशन के तहत शिविरः 15 आवेदकों को बांटे लोन, बोले-इच्छुक लोग जल्द करें आवेदन
रावतभाटा में राष्ट्रीय शहरी आजीविका मिशन के तहत पीएम स्वनिधि योजना का बैंक ऑफ बड़ौदा में कैंप...
Rohit Pawar Photo Viral : छत्री असतानाही रोहित पवार पावसात भिजले, पण का?Maharashtra News
Rohit Pawar Photo Viral : छत्री असतानाही रोहित पवार पावसात भिजले, पण का?Maharashtra News