৪৮সংখ্যক ৰাষ্ট্ৰীয় পৰ্যায়ৰ জুনিয়ৰ কাবাডী প্ৰতিযোগিতাৰ বাবে ইতিমধ্যে অসমৰ দলৰ খেলুৱৈ ৰ তালিকা ঘোষণা কৰা হৈছে।উক্ত দলত ঐতিহাসিক চৰাইদেউ জিলাৰ ৰহনৰ দুগৰাকী খেলুৱৈ ক্ৰমে সুস্মিতা বৰা আৰু লক্ষীমি নেৱাৰ নিৰ্বাচিত হোৱাত জিলাখনৰ খেলপ্ৰেমী সকলে সুখি অনুভৱ কৰিছে। লগতে অসম দলৰ হৈ নিৰ্বাচিত হোৱা দুয়োগৰাকী খেলুৱৈ লৈ সকলোৱে শুভেচ্ছা জ্ঞাপন কৰা পৰিলক্ষিত হৈছে।।।