কাইলৈ দেশবাসীয়ে অনুষ্ঠিত কৰিব স্বাধীনতা দিৱস। স্বাধীনতা দিৱস উদযাপনৰ বাবে দেশযুৰি ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে । বিশেষকৈ হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ তৎপৰ হৈছে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ । দেশে স্বাধীনতাৰ ৭৫ তম বৰ্ষত অতিক্ৰম কৰা উপলক্ষে দেশবাসীয়ে পালন কৰিব আজাদী কা অমৃত মহোৎসৱ। এই আজাদী কা অমৃত মহোৎসৱ’ৰ লগত সংগতি ৰাখি আজি পুৱা মৰাণত মৰাণ ৰাজহ চক্ৰৰ উদ্যোগত মৰাণ চাইক্লিং ক্লাৱ আৰু ৰাইজৰ সহযোগত মৰাণৰ ৰাজপথত অনুষ্ঠিত হয় বৃহৎ চাইকেল ৰেলী। এই চাইকেল ৰেলীত অংশগ্ৰহণ কৰে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ, মৰাণ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া শ্ৰাৱনা সোনোৱাল, মৰাণ আৰক্ষীৰ চক্ৰ পৰিদৰ্শক শিদ্ধেশ্বৰ বড়োৰ লগতে মৰাণৰ কেইবা শতাধিক যুৱক-যুৱতীয়ে। এই ৰে'লীত অংশগ্ৰহণ কৰি মৰাণত বিধায়ক চক্ৰধৰ গগৈয়ে শান্তিপূৰ্ণ ভাৱে স্বাধীনতা দিৱস উদযাপন কৰিবলৈ সকলোকে আহ্বান জনায়
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
પોરબંદર ના સોનિબજાર વિસ્તાર માં દુકાન ની છત ધરાશાયી; ઉપરના માળે મકાન માં નુકશાન
પોરબંદર ના સોનિબજાર વિસ્તાર માં દુકાન ની છત ધરાશાયી; ઉપરના માળે મકાન માં નુકશાન
BREAKING NEWS: जिंदा है Sidhu Moose Wala हत्याकांड का मास्टरमाइंड Goldy Brar, सामने आया सच! | AajTak
BREAKING NEWS: जिंदा है Sidhu Moose Wala हत्याकांड का मास्टरमाइंड Goldy Brar, सामने आया सच! | AajTak
एक ऐप से 417 करोड़ कमाए, 200 करोड़ शादी में फूंके, ED ने सट्टा किंग पर क्या खुलासे किए?
एक ऐप से 417 करोड़ कमाए, 200 करोड़ शादी में फूंके, ED ने सट्टा किंग पर क्या खुलासे किए?
ગુજરાતમાં તમામ લઘુમતીઓ એક થાવ,’આપણે દિલ્હીમાં બેઠેલા પોપટની ડોક મરડી નાખવાની છે !’ કોંગીનેતા જગદીશ ઠાકોરનું નિવેદન !!
અમદાવાદના ઠાકોરભાઈ દેશાઈ હોલ ખાતે કોંગ્રેસના માઈનોરિટી સેલના યોજાયેલા કાર્યક્રમ દરમ્યાન કોંગ્રેસ...