কাইলৈ দেশবাসীয়ে অনুষ্ঠিত কৰিব স্বাধীনতা দিৱস। স্বাধীনতা দিৱস উদযাপনৰ বাবে দেশযুৰি ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে । বিশেষকৈ হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ তৎপৰ হৈছে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ । দেশে স্বাধীনতাৰ ৭৫ তম বৰ্ষত অতিক্ৰম কৰা উপলক্ষে দেশবাসীয়ে পালন কৰিব আজাদী কা অমৃত মহোৎসৱ। এই আজাদী কা অমৃত মহোৎসৱ’ৰ লগত সংগতি ৰাখি আজি পুৱা মৰাণত মৰাণ ৰাজহ চক্ৰৰ উদ্যোগত মৰাণ চাইক্লিং ক্লাৱ আৰু ৰাইজৰ সহযোগত মৰাণৰ ৰাজপথত অনুষ্ঠিত হয় বৃহৎ চাইকেল ৰেলী। এই চাইকেল ৰেলীত অংশগ্ৰহণ কৰে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ, মৰাণ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া শ্ৰাৱনা সোনোৱাল, মৰাণ আৰক্ষীৰ চক্ৰ পৰিদৰ্শক শিদ্ধেশ্বৰ বড়োৰ লগতে মৰাণৰ কেইবা শতাধিক যুৱক-যুৱতীয়ে। এই ৰে'লীত অংশগ্ৰহণ কৰি মৰাণত বিধায়ক চক্ৰধৰ গগৈয়ে শান্তিপূৰ্ণ ভাৱে স্বাধীনতা দিৱস উদযাপন কৰিবলৈ সকলোকে আহ্বান জনায়
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
વડોદરા ના ઈલોરાપાર્ક માં જર્મનીથી મંગાવેલા કુંડ માં ૬૦૦થી વધુ શ્રીજીની મુર્તિઓનું વિસર્જન કરાયું
વડોદરા ના ઈલોરાપાર્ક માં જર્મનીથી મંગાવેલા કુંડ માં ૬૦૦થી વધુ શ્રીજીની મુર્તિઓનું વિસર્જન કરાયું
एक बराती की हुई मौत डीजे पर पसंदीदा गाना बजाने को लेकर विवाद
जनपद आजमगढ़ में,एक बाराती की हुई मौत डीजे पर पसंदीदा गाना बजाने को लेकर विवाद। मालूम होकि जनपद...
2024 Suzuki Swift Facelift से उठा पर्दा, इंटरनेशनल मार्केट में जल्द होगी लॉन्च, जानें क्या हुए बदलाव
Maruti Suzuki Swift Facelift वाहन निर्माता कंपनी ने ये पुष्टि की है की नई स्विफ्ट में डुअल सेंसर...
Maharashtra के Kolhapur में एक दलित परिवार के किचन में पहुंचे Rahul Gandhi | Congress | Aaj Tak
Maharashtra के Kolhapur में एक दलित परिवार के किचन में पहुंचे Rahul Gandhi | Congress | Aaj Tak
खींवसर में बीजेपी प्रत्याशी ने RLP को किया चैलेंज, कभी हनुमान बेनीवाल के रहे खास
रेवंतराम डांगा ने कहा है कि पिछली बार चुनाव में थोड़ी कसर रह गयी थी लेकिन इस बार हनुमान बेनीवाल...