আজাদী কা অমৃত মহোৎসৱ উপলক্ষে মৰান পিয়লি নগৰৰ জমিয়তুচ শ্বেখ হজৰত মৌলানা আহমেদ আলি(ৰঃ)দ্বিনী মাদ্ৰাছাৰ চৌহদত গছ ৰোপনৰ আয়োজন কৰা হয়। মৰিন ৰাজহ চক্ৰ বিষয়া শ্ৰৱনা সোনোৱাল আৰু মৰান আৰক্ষী চক্ৰ বিষয়া সিদ্ধেশ্বৰ বড়োয়ে বৃক্ষৰোপন কাৰ্য্য উদ্বোধন কৰে।অনুষ্ঠানৰ লগত এখন সভাও অনুস্থিত কৰা হয় । সভাত সমাজ কৰ্মী খগেন ভড়ালী মিলু খান পৱিত্ৰ চুতীয়া অসীম বৰুৱা জ্যেষ্ঠ সাংবাদিক শোভিত কুমাৰ চেত্ৰীয়ে বক্তব্য আগবঢ়ায় আৰু গছ পুলি ৰোপন কৰে।অনুষ্ঠানটিত মাদ্ৰাছা খনৰ শিক্ষক শিক্ষাৰ্থী আৰু পৰিচালনা সমিতিৰ সদস্য সকল উপস্থিত আছিল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
પોશીના તાલુકામાં એક દિવસમાં ૪૬ આરોગ્ય કેમ્પ
૧૨૫૩ જેટલા નાગરીકોને આયુષ્યમાન ભારત કાર્ડનો લાભ અપાયો
પોશીના તાલુકામાં એક દિવસમાં ૪૬ આરોગ્ય કેમ્પ
૧૨૫૩ જેટલા નાગરીકોને આયુષ્યમાન ભારત કાર્ડનો લાભ...
Aurangabad पोलीस आयुक्तालयाच्यावतीनं आयोजित बैठकीत शिंदे गटाचे आमदार संजय शिरसाट नाराज : ABP Majha
Aurangabad पोलीस आयुक्तालयाच्यावतीनं आयोजित बैठकीत शिंदे गटाचे आमदार संजय शिरसाट नाराज : ABP Majha
Ratnagiri : पोलीस अधीक्षक धनंजय कुलकर्णी यांचे जनतेला आवाहन
Ratnagiri : पोलीस अधीक्षक धनंजय कुलकर्णी यांचे जनतेला आवाहन