August 14, 2022

আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি বালিপৰাত ১৭ অসম ৰাইফলচৰ জোৱান সকলে বাহিৰ কৰে বাইক ৰেলী ।৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে বালিপৰাত সেনাবাহিনীৰ বাইক ৰেলী। আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি বালিপৰাৰ লখৰাস্থিত ১৭ নং অসম ৰাইফলচৰ জোৱান সকলে বাহিৰ কৰে এই বাইক ৰেলী।লখৰাৰ পৰা উলিওৱা ১৭ নং অসম ৰাইফলচৰ এই বাইক ৰেলী বালিপৰা, ৰঙাপৰা,তেজপুৰ লৈকে পৰিভ্ৰমন কৰে।