৭৬সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীৰ অংশৰূপে মৰঙী উন্নয়ন খণ্ডৰ ফলঙনী গাওঁ পঞ্চায়তৰ অন্তৰ্গত কৌৱানী পথাৰ অসম আদৰ্শ গাঁৱত আজি এটা সৰ্বধৰ্ম সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় । মৰঙীৰ খণ্ড উন্নয়ন বিষয়া নিপজ্যোতি পাটিৰি, বগীজান থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বকুল চেতিয়া, ফলঙনী গাঁও পঞ্চায়তৰ সভাপতি কন্দৰ্প গগৈ তথা পঞ্চায়তৰ বিষয়ববীয়াসকলৰ লগতে কৌৱানী পথাৰৰ গাঁওপ্ৰধান ইয়োব বিলুং আৰু ৰাইজে এই শোভাযাত্ৰাত অংশ লয় । শোভাযাত্ৰাত গায়ন বায়ন, আদীবাসী নৃত্য আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি প্ৰদৰ্শন কৰা হয় ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
જસદણ માં પણ હજું માનવતા દીવા બળે છે કળયુગમાં પણ સતયુગ છે
જસદણ ખોવાયેલ લેપટોપ મુળ માલીક પરત કર્યું*ઓફિસ કામ અર્થે જસદણ આવેલા કોટક મહિન્દ્રા બેંક અમદાવાદ ના...
Breaking News: Israel-Hamas की जंग पर आया China का पहला बयान, कहा- जल्द रोकी जाए जंग | Aaj Tak News
Breaking News: Israel-Hamas की जंग पर आया China का पहला बयान, कहा- जल्द रोकी जाए जंग | Aaj Tak News
Weather Update Today: देश में हीटवेव से मिलेगी राहत, दिल्ली, एमपी और महाराष्ट्र समेत इन राज्यों में होगी बारिश
नई दिल्ली, ऑनलाइन डेस्क। देश के कई राज्यों में लोगों को गर्मी से राहत मिलने वाली है। मौसम...
ખંભાતમાં દેશીદારૂનો વેપલો કરતા ઈસમો ઝડપાયા : પ્રોહીબિશયન એક્ટ હેઠળ ગુનો નોંધાયો.
ખંભાતમાં જુદી જુદી જગ્યાએ દેશીદારૂનો વેપલો કરતા ઈસમોને ખંભાત પોલીસે ઝડપી પાડી પ્રોહીબિશન એક્ટ...