সমস্ত বিশ্বৰ লগতে বৃহতৰ ৰহা চাপৰমুখতো দশম আন্তৰাষ্ট্ৰীয় যোগ  দিৱস পালন কৰাৰ সমান্তৰালকৈ চাপৰমুখ মাৰবাৰী পট্টি স্থিত গীতাদেবী হানচাৰীয়া শংকৰদেৱ শিশু বিদ্যা নিকেতন ত আজি আন্তৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে যোগ শিক্ষক সঞ্জয় কুমাৰ কাকতিয়ে শৰীৰ সুস্থ সবল কৰি ৰাখিবলৈ বিভিন্ন যোগাসনৰ প্ৰশিক্ষণ দিয়ে।

      যোগাসনত নিকেতনৰ প্ৰধানাচাৰ্য পংকজ তামুলী সহ ১৫০ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়ত্ৰীয়ে অংশ গ্ৰহণ কৰে ।