বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন অঞ্চলত স্বাধীনতা দিৱসত কোনো ধৰণৰ কুটাঘাট মূলক কাৰ্য সংঘটিত নহবৰ বাবে সস্ত্ৰম হৈ আছে গাওঁৰক্ষী বাহিনী।

বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন অঞ্চলৰ লগতে বিশেষকৈ অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চল

ডাঙৰী কুমাৰ গাওঁৰক্ষী বাহিনী আৰু ১নং চোমদাৰ জংঘল মাটী গাওঁৰক্ষী বাহিনীয়ে প্ৰতিদিনে সন্ধিয়া হোৱাৰ লগে লগে নিজৰ জীৱনকো তূষ্ঠ কৰি হাতত লাঠি,টচলৈ অঞ্চলটোত যাতে কোনো ধৰণৰ কুটাঘাট মূলক কাৰ্য সংঘটিত হ'ব নোৱাৰে তাৰ প্ৰতি গাওঁৰক্ষী বাহিনীৰ সদস্য সকলে সস্ত্ৰম হৈ থকা পৰিলক্ষিত হৈছে।