লক্ষীমপুৰ জিলাৰ ভিন্ন প্ৰান্ততো শনিবাৰৰ পৰা আৰম্ভ হৈছে হৰ ঘৰ তিৰঙ্গা কাৰ্য্যসূচী । স্বাধীনতাৰ ৭৫ বছৰ পূৰ্ণ হোৱা উপলক্ষে আয়োজন অব্যাহত থকা আজাদি কি অমৃত মহোৎসব উপলক্ষে শনিবাৰে বিয়লি লক্ষীমপুৰ চহৰৰ ত্যাগ ক্ষেত্ৰৰ পৰা বিজেপিৰ জিলা যুব মৰ্চাৰ কৰ্মী সকলে উলিয়াই বিশাল সমদল । ১০০ ফুট দৈঘ্যৰ ৰাষ্ট্ৰীয় পতাকাৰে উলিওৱা এই সমদলত ভাগ লয় বিধায়ক মানৱ ডেকা, জিলা বিজেপিৰ সভাপতি ফনিধৰ বৰুৱা সহ অন্যান্য বহু সংখ্যক নেতা কৰ্মীয়ে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Steel Futures Trading Strategy: बाजार में आई एक नई शुरुआत,Ferrous Metals के Hedging Gap पर होगा असर?
Steel Futures Trading Strategy: बाजार में आई एक नई शुरुआत,Ferrous Metals के Hedging Gap पर होगा असर?
Gurdaspur News: एमईएस में नौकरी दिलाने का झांसा देकर 20 लाख की ठगी, जाली नियुक्ति पत्र से हुआ खुलासा
पंजाब में ठगी के मामले लगातार सामने आ रहे हैं। ताजा मामला गुरदासपुर से आया है। पति-पत्नी ने मिलकर...
सेना और आतंकवादियों के बीच मुठभेड़, एक अधिकारी समेत चार जवान शहीद
दहशतगर्द जम्मू-कश्मीर में लगातार शांति भंग करने की फिराक में हैं। डोडा जिले के देसा वन क्षेत्र...
মঙ্গলদৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক মণিমুগ্ধ বৰঠাকুৰৰ পৰলোকপ্ৰাপ্তি
▶️মঙ্গলদৈ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক মণিমুগ্ধ বৰঠাকুৰৰ (৬২)...