অসম সাহিত্য সভাৰ ষষ্ঠসপ্ততিতম নাৰায়ণপুৰ অধিৱেশন উপলক্ষ্যে নাৰায়ণপুৰত স্থাপন কৰা আদৰণি তোৰণ খন আজি বিহপুৰীয়া সমষ্টিৰ বিধায়ক তথা আদৰণি সমিতিৰ সভাপতি অমিয় কুমাৰ ভূঞাই উন্মোচন কৰে ৷ ২০২৩ চনত হ’বলগীয়া অধিৱেশন খনৰ বাবে আদৰণি সমিতিয়ে ইতিমধ্যেযাৱতীয় কাম কাজ আগবঢ়াই আছে ৷ আজি বিয়লি আদৰণি সমিতিৰ মুখ্য সম্পাদক মাখন তামুলীৰ লগতে বিষয়ববীয়া আৰু সাহিত্য প্ৰেমী ৰাইজৰ উপস্থিতিত আদৰণি তোৰণ খন উন্মোচন কৰি বিধায়কগৰাকীয়ে সকলো সাহিত্যপ্ৰেমী ৰাইজৰ সহায় সহযোগিতা আৰু দিহা পৰামৰ্শ কামনা কৰে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
લીલીયાના દાડમા ગામે મારામારીના બનાવમાં કોર્ટે આરોપીઓને શંકાનો લાભ આપી નિર્દોષ ઠરાવ્યા
એડવોકેટ વી.એમ. લચ્છાની ધારદાર દલીલો નામદાર કોર્ટે ગ્રાહ્ય રાખી
લીલીયા તાલુકાના...
પોરબંદરના એસટી ડેપો ખાતે રાખવામાં આવેલ તમામ ટીવી બંધ હાલતમાં:શોભાના ગાંઠીયા સમાન ટીવી ચાલુ કરવા માંગ
પોરબંદરના એસટી ડેપો ખાતે રાખવામાં આવેલ તમામ ટીવી બંધ હાલતમાં:શોભાના ગાંઠીયા સમાન ટીવી ચાલુ કરવા માંગ
नयापुरा और कलेक्ट्री चौराहे पर हटाए अतिक्रमणजिला कलेक्टर के आदेश पर शहर के विभिन्न चौराहे से हटाए जा रहे हैं अतिक्रमण
कोटा
अतिक्रमणकारीयों की अब खेर नहीं!
अवैध अतिक्रमण के खिलाफ नगर निगम और...
धौलपुर का नंबर वन अपराधी बना कुख्यात लुक्का डकैत
धौलपुर जिले के टॉप 10 अपराधियों में पहले स्थान पर शामिल कुख्यात डकैत धर्मेंद्र उर्फ लुक्का की...
जाति समाज प्रमुखों की सद्भावना बैठक संपन्न, आवश्यकता व भूमिका पर प्रकाश डाला
कोटा. कनवास कस्बे में स्थानीय दत्तात्रेय साधना आश्रम में हिंदू समाज के सभी जाति समाज प्रमुखों की...