অৱশেষত ৰাইজৰ ওচৰত ক্ষমা খুজিলে গনকপাৰাবাসীয়ে।

ৰাজহুৱা সভা অনুষ্ঠিত কৰি অসম বাসীৰ ওচৰত ক্ষমা প্ৰাৰ্থনা খোজে ৰাইজে ।

যি ঘটনা সংঘটিত হল সেইয়া সম্পূৰ্ণ ভুলবশত হল বুলি কয় ৰাইজে ।