চাইকেল চলাই শৰীৰ সুস্থ কৰি ৰখাৰ প্ৰতি সজাগতা বৃদ্ধি ৰ বাবে যোৱা ১৬জুনত গহপুৰৰ পৰা গুৱাহাটী স্থিত শক্তিপীঠ মা কামাখ্যা ধামলৈ চাইকেলৰে যাত্ৰা আৰম্ভ কৰা দুজন যুৱক মুনিন্দ্ৰ শৰ্মা আৰু যাদব দাস দেওবাৰে ৰহা ত উপস্থিত হয় আৰু ৰহাৰে দুজন যুৱক ৰ সহায়েৰে ৰহাতে নিশা কটাই আজি পূবা ১১বজাত ৰহাৰ পৰা মা কামাখ্যা ধামলৈ ৰাওনা হয়।

     যুৱক দুজনে জানিব দিয়ে যে আজি কালি চাইকিল চলোবা কমি গল,সেইয়ে চাইকিল চলাই নিজৰ শৰীৰ সুস্থ কৰি ৰখাৰ প্ৰতি সজাগতা বৃদ্ধি ৰ বাবে আমি গহপুৰৰ পৰা মা কামাখ্যা দাম ধামলৈ চাইকিলৰে যাত্ৰা আৰম্ভ কৰিছোঁ।