মৰাণ জিলা ক্ৰীড়া সন্থাৰ উদোগত অভয়পুৰস্থিত মৰাণ স্পৰ্টচ কমপ্লেক্সত ১৩ সংখ্যক জিয়াউৰ ৰহমান সোঁৱৰণী মৰাণ আন্তঃস্কুল ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত । ২৫ মেৰ পৰা অনুষ্ঠিত এই প্ৰতিযোগিতাখনি আজি সামৰনি পৰে । প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনি আজি মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু তিনঠেঙীয়া কাৰিকৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ মাজত অনুষ্ঠিত হয় । তিনঠেঙীয়া কাৰিকৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ দলে 2 - 1 গলত মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দলক পৰাস্ত।কৰি প্ৰতিযোগিতাৰ চেম্পিয়ন বটা অৰ্জন কৰে। । অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বড়াৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি চূড়ান্ত খেলখনৰ কাৰ্যসূচীত উপস্থিত থাকে । খেলৰ অন্তত মৰাণ জিলা ক্ৰীড়া সন্থাৰ সম্পাদক দিগন্ত গগৈৰ সঞ্চালনাত পুৰস্কাৰ বিতৰণ অনুষ্ঠিনত মন্ত্ৰী বিমল বৰা, সমাজ কৰ্মী প্ৰহূাদ টোডী, আছুৰ কেন্দ্ৰীয় সাংগাঠনিক সম্পাদক অনুপজ্যোতি ভূঞা, সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ বুধীন সোনোৱাল, অসম জাতীয় যুৱ ছাত্ৰ পৰিষদৰ ৰঞ্জিত চাংমাই টাইপাৰ নিপন ফুকন, আটাছুৰ নেতা আৰু জিয়াউৰ ৰহমানৰ পৰিয়ালৰ সদস্যই পুৰস্কাৰ সমুহ বিতৰণ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মৰাণ দিখাৰীত ৫ নম্বৰ লাইনত তিনি সন্তানৰ পিতৃৰ আত্মহত্যা
ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত দিখাৰী চাহ বাগিচাৰ ৫ নম্বৰ লাইনত তিনি সন্তানৰ পিতৃয়ে...
વિકાસ: ઉપરકોટ 1 મહિનામાં ખુલ્લો મુકાવાની
શક્યતા
75 કરોડના ખર્ચે થઇ રહી છે કામગીરી: પહેલા ફેસનું 90
ટકા, બીજા ફેસનું 80 ટકા કામ થયું
જોકે, હજુ...
અમરેલી જીલ્લા તાલીમ કેન્દ્ર પોલીસ હેડ કવાટર્સ અમરેલી ખાતે બ્રહ્મકુમારી ઇશ્ર્વરીય વિશ્વ વિધાલય અમરેલી દ્વારા સ્ટ્રેસ રેલીવિંગ પ્રોગ્રામ નું આયોજન કરવામાં આવ્યુ હતું
હિમકરસિંહ પોલીસ અધિક્ષક શ્રી તથા શ્રી બી.વી.જાધવ નાયબ પોલીસ અધિક્ષકશ્રી ની સૂચના અને માર્ગદર્શન...
વડોદરા કુબેર ભવનની પાછળ ગટર ઉભરાવાની સમસ્યા યથાવત
વડોદરા કુબેર ભવનની પાછળ ગટર ઉભરાવાની સમસ્યા યથાવત
दीपोत्सव पर हमारा समाज, हमारी संस्कृति और सभ्यता वास्तविक उजाले में हो रोशन - रावल किशन सिंह जसोल
जसोल- लाखों श्रद्धालुओं की आस्था के केंद्र जसोल धाम में दीपोत्सव की धूम नजर आ रही है। सांयकाल...