নগাঁও জিলা ৰ বেবেজীয়া জামুগুৰি ৰ নিবাসী প্ৰয়াত প্ৰসান্ত কুমাৰ শইকিয়া আৰু ৰীতামনি ভূঞাৰ সু সন্তান তথা বেবেজীয়া কাৰাটে একাডেমীৰ ছাত্ৰী প্ৰীন্সি শইকিয়াই পংকজ কুমাৰ মুদৈৰ নেতৃত্বত নেপাল ত অনুষ্ঠিত ময়ুক কাপ আন্তৰাষ্ট্ৰীয় দশম কাৰাটে চেম্পিয়নশ্বিপত অংশ গ্ৰহণ কৰি kumite ত Gold পদক অৰ্জন কৰি গৌৰৱ কঢিয়াই আনিবলৈ সক্ষম হয়।প্ৰীন্সিৰ এই সফলতাত অঞ্চলত সুখৰ লহৰ ব্যাপ্ত আছে।
নেপাল ময়ুৰ কাপ দশম আন্তৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত বেবেজিয়াৰ প্ৰিন্সী শইকিয়াই Gold পদক অৰ্জন কৰি কঢিয়াই আনিলে গৌৰৱ।
