এইবাৰ দুটা ভৰিৰ যাদু দেখাবলৈ আৰক্ষী নামিল খেল পথাৰত।হোজাইত ৭৫ সংখ্যক স্বাধীনতা দিৱস ও অমৃত মহোৎসৱ উপলক্ষে এখন ফুটবল প্ৰতিযোগিতা হোজাই পুলিচ প্ৰশাসনে অনুষ্ঠিত কৰে।এই ফুটবল খেলখন হোজাই বিহুতলী খেলপথাৰত কাকী আৰক্ষী আৰু ডৱকা আৰক্ষী চকী মাজত বিয়লি অনুষ্ঠিত হয়। ফুটবল খেলখনত ৩-০ ব্যৱধানত কাকী আৰক্ষী চকী জয়লাভ কৰে।জয়লাভ পাছত দুই দলৰ মাজত বটা-বিতৰণী অনুস্থান অনুষ্ঠিত হয়।উপষ্ঠিত আছিল হোজাই আৰক্ষী অধীক্ষক বৰুণ পুৰুকাস্ত,উপ-আৰক্ষী অধীক্ষক,DSP, হোজাই বিভিন্ন আৰক্ষী চকীৰ ভাৰপাপ্ত বিষয়া সকল ,পুলিচ সকল আৰু ৰাইজ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
રીક્ષા અને સ્વીફ્ટ ગાડી વચ્ચે ગમખ્વાર અકસ્માત સર્જાયો:એકનું મોત
પાટડી અને બજાણા વચ્ચે આવેલ પુલ પાસે રીક્ષા અને સ્વીફ્ટ ગાડી વચ્ચે ગમખ્વાર અકસ્માત સર્જાયો હતો....
हर्षल मेघवाल को शहीद का दर्जा व न्याय की मांग को लेकर राजस्थान राज्य कर्मचारी सयुंक्त महासंघ ने सौपा ज्ञापन
कोटा! राजस्थान राज्य कर्मचारी सयुंक्त महासंघ लोकतांत्रिक के कार्यकारी प्रदेश अध्यक्ष रामरतन...
Taj Vivanta Shillong / Hotel Crowborough
Taj Vivanta Shillong / Hotel Crowborough