শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ত হীৰক জয়ন্তী উপলক্ষে শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এক ৰাজহুৱা সভা অনুষ্ঠিত হয়। এই সভাত।জিলাখনৰ প্ৰায় অৰ্ধশতাধিক বিশিষ্ট ব্যক্তিৰ উপৰিও সদৌ অসম অনুসূচীত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সম্পাদক পৰশজ্যোতি দাস, নৱ উদিত।সমাজৰ কেন্দ্ৰীয় সভাপতি ফৰিদ ইছলাম হাজৰিকা, সদৌঅসম কবি সন্মিলনৰপ্ৰাক্তন সভাপতি প্ৰেম গগৈ, ৰংপুৰ সাহিত্য সভাৰ প্ৰাক্তন সভানেত্ৰী কে আদি কৰি জিলা সাহিত্য সভাৰ বিষয় ববীয়াউপস্থিত থাকে। শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ স্থায়ী অধ্যক্ষ প্ৰতীম শৰ্মাই কয় যেএই হীৰক জয়ন্তী উদযাপনৰ কাৰণে এখন উদ্যাপন সমিতি গঠন হ'ব। আমি লোৱা বিভিন্ন কাৰ্য্যসূচীৰ ভিতৰত শিৱসাগৰ সাহিত্য উৎসৱ পতাৰ ব্যৱস্থা হাতত লোৱা হৈছে। ছাত্ৰীসকলৰ উৎকৰ্ষ সাধনৰ কাৰণে বিভিন্ন কাৰ্য্যসূচী, কৰ্মশালা আদি।অনুষ্ঠাত কৰাৰ পৰিকল্পনা কৰা হৈছে। কেইবাটাও অধ্যয়ণ কেন্দ্ৰ যেনে চাওলুং চুকাফা কেন্দ্ৰ, ট্ৰাইবেল লেংগুৱেজ এণ্ড কালচাৰ, চাউথ এচিয়ান লেংগুৱেজ এণ্ড কালচাৰ এনেধৰণৰ কেইটামান কেন্দ্ৰ খোলাৰ পৰিকল্পনা হাতত লোৱা হৈছে।অনাগত দিনত সকলোৰে সহায়-সহযোগিতাকামনা কৰি অনুষ্ঠানটি সাফল্য মণ্ডিত কৰাৰ আহ্বান জনায়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
पचपदरा विधायक डॉ. अरुण चौधरी ने कनाना में शीतला सप्तमी के दिवस पर आयोजित शीतला माता के मेले में शिरकत कर शीतला माता के दर्शन लाभ किया प्राप्त ।
पचपदरा विधायक डॉ. अरुण चौधरी विधानसभा क्षेत्र के कनाना में शीतला सप्तमी के दिवस पर आयोजित शीतला...
Breaking News: लखनऊ यूनिवर्सिटी में छात्र का प्रदर्शन, UGC NET परीक्षा रद्द होने पर छात्रों में उबाल
Breaking News: लखनऊ यूनिवर्सिटी में छात्र का प्रदर्शन, UGC NET परीक्षा रद्द होने पर छात्रों में उबाल
Sehat Talk with Isha Bhatia Sanan, S3, Ep7: Why do we get angry? [गुस्सा आने पर क्या होता है?]
Sehat Talk with Isha Bhatia Sanan, S3, Ep7: Why do we get angry? [गुस्सा आने पर क्या होता है?]