দেশে উদযাপন কৰিছে স্বাধীনতাৰ গৌৰৱজ্বল ৭৫ বছৰ। আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি সমগ্ৰ ৰাজ্যতে এতিয়া উখল মাখল পৰিবেশ। ৰাজ্যৰ সকলো প্ৰান্ততে কেৱল স্বাধীনতাৰ জয়গান। এই ক্ষেত্ৰত কিন্ত কিছু ব্যতিক্ৰম আৰক্ষী প্ৰশাসন। স্বাধীনতা দিৱসলৈ মাজত মাথো দুটা দিন বাকী। এইবেলি দেশে উলহ মালহৰে উদযাপন কৰা এই স্বাধীনতা দিৱসত যাতে কোনো দূস্কৃতিকাৰীয়ে কোনো ধৰনৰ কূটাঘাত মূলক কাৰ্য্য সংঘটিত কৰিব নোৱাৰে তাকে লৈ অধিক সষ্টম হৈ পৰিছে আৰক্ষী প্ৰশাসন। শোনিতপুৰ জিলাৰ চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত এলেকা সমূহত আৰক্ষী অধিক সষ্টম হোৱা দেখিবলৈ পোৱা গৈছে। অসম অৰুনাচল সীমান্তৱৰ্তী এলেকাসমূহত চাৰিদুৱাৰ আৰক্ষীয়ে পুৱাৰে পৰা অব্যাহত ৰাখিছে কঠোৰ তালাচী অভিযান।দিনে নিশাই আৰক্ষীৰ লোকসকলে তন্ন তন্নকৈ পৰিক্ষা কৰিছে প্ৰতিখন বাহন
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
લીમખેડા 131 વિધાનસભા મતવિસ્તારમાં....
લીમખેડા 131 વિધાનસભા મત વિસ્તાર નાં ધાનપુર ચોકડી ઉપર BSF, POLICE અને CRC દવારા ધાનપુર તરફ થી આવતી...
AAP દ્વારા Collector Office એ જઈ રજુઆત કરવામાં આવી
AAP દ્વારા Collector Office એ જઈ રજુઆત કરવામાં આવી
মাৰ্ঘেৰিটা জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অভিৰুচি ক্ৰীড়া দিৱসৰ প্ৰস্তুতি।
মাৰ্ঘেৰিটা জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অভিৰুচি ক্ৰীড়া দিৱসৰ প্ৰস্তুতি।
સોલાર પ્લાન્ટમાંથી કેબલ ચોરી કરતી ગેંગનો પર્દાફાશ:બે આરોપી ઝડપાયા
રાજકોટ રૂરલ ક્રાઈમ બ્રાંચની ટીમે રાજકોટ, સુરેન્દ્રનગર અને જામનગર જિલ્લાના ગામડાઓની સીમમાં આવેલા...