দলগাওঁ ৰ নামাতি গাঁও ৰ বিশিষ্ট শিল্পী শফিকুল ইছলাম সাফী ক কলকতাৰ মহাবঙ্গ সাহিত্য পৰিষদ চেৰিটেবল ট্ৰাষ্ট'ৰ উদ্যেগত ২২,জুলাই/২০২২ তাৰিখ ত আয়োজিত সম্বৰ্ধনা অনুষ্ঠানত নেশনেল একচেলেন্ট এৱাৰ্ড-২০২২ (National Excellence Award,2022) ৰে সন্মানিত কৰে