ৰাজ্যত জাপানীজ এনকেফেলাইটিচৰ ভয়াবহ ৰূপ ।।

জাপানীজ এনকেফেলাইটিচত আক্ৰান্ত হৈ তিনিমহীয়া শিশুৰ মৃত্যু তিতাবৰত ।।

তিতাবৰ মেলামাটিৰ মাৰীয়া বেগম নামৰ শিশুটিৰ মৃত্যু ।।

ডিব্ৰুগড় অসম মেডিকেল কলেজত চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে কণমানিটোৰ ।।