শুকুৰবাৰে দিনযোৰা কাৰ্য্যসূচীৰে উদ্যাপিত কৰাহয় ৩৬ তম শ্বহীদ দিৱস অসম চাহ জনজাতি ছাত্ৰসন্থাৰ উদ্যোগত ।আটছা, আটুৱা,নাজিৰাৰ ডিমৌ আৰু।আমগুৰি শাখাৰ সহযোগত শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত উদ্যাপিত এই কাৰ্য্যসূচী দিনযোৰা কৈ অনুষ্ঠিত কৰাহয়। বিভিন্ন ধৰণৰ সাংস্কৃতিক লগতে সামাজিক অনুষ্ঠান অনুষ্ঠিত কৰা হয়। পতাকা উত্তোলন শ্বহীদ তৰ্পণ গছ পুলি ৰোপনআদিৰ কাৰ্যসূচী পালন কৰাহয়। পঞ্চ শ্বহীদৰ প্ৰতিচ্ছৱিত মাল্যাৰ্পণ আৰু শ্ৰদ্ধাঞ্জলী অনুষ্ঠান ও অনুষ্ঠিত কৰাহয়। ইয়াৰ উপৰিও সাহিত্য প্ৰতিযোগিতা ও সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা আৰু স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰাহয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Top Stock Picking | आज इन Quick Singles के साथ तैयार करें अपना Portfolio, इन Stocks में बनेगा पैसा?
Top Stock Picking | आज इन Quick Singles के साथ तैयार करें अपना Portfolio, इन Stocks में बनेगा पैसा?
ৰেল আৰক্ষীৰ জালত দুই ড্ৰাগছ আৰু বিদেশী চিগাৰেট সৰবৰাহকাৰী
গুৱাহাটী ৰেল ষ্টেচনত ৰেল আৰক্ষীৰ সফল অভিযান। অভিযানত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰু বিদেশী চিগাৰেট।...
কেমেৰা সন্মুখতে নদীৰ বুকুত সহি পৰিল ঘিলামৰা এটা পকী গড় কাপ্তানী পথ।
*খহনীয়া প্ৰতিৰোধৰ উপযুক্ত ব্যৱস্থা সময়ত নোলোৱাৰ বাবেই এই পৰিস্থিতি।
...
ৰঙিয়াত সংগীত গ্ৰুপ অৱ ক্ৰিয়েচনৰ উদ্যোগত বিশেষ ৰাজ্যিক বটাঁ প্ৰদান অনুষ্ঠান , বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা সেৱাৰ বাবে কেইবাগৰাকী বিশিষ্ট ব্যক্তিক বটাঁ প্ৰদান , স্মৰণিকা 'দৈষ্টিক' উন্মোচন
ৰঙিয়াত আজি ঐতিহাসিক হৰদত্ত - বীৰদত্ত ভৱনত সংগীত গ্ৰুপ অৱ ক্ৰিয়েচনৰ উদ্যোগত বানেশ্বৰ দেৱ শৰ্মা...
अवैध मादक पदार्थ गांजा सहित आरोपी गिरफ्तार
पन्ना पुलिस अधीक्षक श्री साई कृष्ण एस....