আজি বিশ্ব পৰিবেশ দিৱস উপলক্ষে মৰাণ চিনিয়ৰ চেকেণ্ডেৰী স্কুলত মৰাণ আৰক্ষী চক্ৰ বিষয়া গৌৰৱজ্যোতি চুতীয়া আৰু থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নীলম সঞ্জীৱ নাথে গছ পুলি ৰুপন কৰে ।এইকাৰ্য্যসুচীত বিদ্যালয়ৰ অধ্যক্ষ প্ৰশান্ত দত্তৰ লগতে শিক্ষক -শিক্ষয়ত্ৰী আৰু ছাত্ৰ-ছাত্ৰী।সকলে অংশ গ্ৰহন কৰে। এই

 সময়ত ছাত্ৰ-ছাত্ৰীক উদ্দেশ্য কৰি বক্তব্য ৰাখি মৰাণ আৰক্ষী চক্ৰ বিষয়া গৌৰৱ জ্যোতি চুতীয়াই সকলোকে যান-বাহন আইন মানি হেলমেট পৰিধান কৰিদুচকীয়া বাহন সাৱধানে চলাবলৈ আহ্বান জনাই।