মৰাণৰ মনভৰি ৰেষ্টুৰেন্টৰ এটা ব্ৰেড খাই ডায়েৰিয়াত আক্ৰান্ত পিতা-পুত্ৰ ।দেওবাৰে হোটেলখনৰ পৰা কিনি নিছিল এটা ব্ৰেড । আজি পুঁৱা ব্ৰেড খাই বিদ্যালয়লৈ যোৱাৰ পিছতে অসুস্থ হৈ পৰে হলি চাইল্ড ইংলিছ একাডেমীৰ সপ্তম শ্ৰেনীৰ ছাত্ৰ ৰিজিয়ান ৰহমান । ইয়াৰ পিছতে বিদ্যালয়ৰ পৰা ঘৰলৈ ঘূৰি আহি চিকিৎসকৰ ওচৰলৈ যোৱাত ডায়েৰিয়াত আক্ৰান্ত হোৱা বুলি কয় । হোটেলখনৰ ব্ৰেড খোৱাৰ পিছতে শেহতীয়াকৈ ছাত্ৰগৰাকীৰ পিতৃ মনি জামাল ৰহমানো অসুস্থ হৈ পৰিছে । এই ঘটনাক কেন্দ্ৰ কৰি মনভৰি ৰেষ্টুৰেন্টত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । হোটেলখনৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহন কৰিবলৈ দাবী জনাইছে ভূক্তভোগী পৰিয়ালটোৰ লগতে দল-সংগঠনে । খাদ্য সুৰক্ষা বিভাগ আৰু প্ৰশাসনৰ নিস্ক্ৰিয় ভূমিকাৰ বাবে বাৰে বাৰে মৰাণত এনে ঘটনা হোৱা বুলি অভিযোগ উত্থাপন কৰিছে দল-সংগঠনসমূহে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Amitabh Bachchan Birthday:जब रात में Big B को सरप्राइज देने उनके घर जा पहुंचे फैंस,मिला रिटर्न गिफ्ट
Amitabh Bachchan Birthday:जब रात में Big B को सरप्राइज देने उनके घर जा पहुंचे फैंस,मिला रिटर्न गिफ्ट
સુરતમાં શ્વાનોએ લીધો માસૂમનો જીવ | SatyaNirbhay News Channel
સુરતમાં શ્વાનોએ લીધો માસૂમનો જીવ | SatyaNirbhay News Channel
Maharashtra Election 2024: महाराष्ट्र BJP नेता पर पैसे बांटने का आरोप, विपक्ष नेताओं ने क्या कहा ?
Maharashtra Election 2024: महाराष्ट्र BJP नेता पर पैसे बांटने का आरोप, विपक्ष नेताओं ने क्या कहा ?
শংকৰদেৱ নেত্ৰালয়ৰ সৌজন্যত বৰখালাত বিনামূলীয়া চকু চিকিৎসা শিবিৰ
শংকৰদেৱ নেত্ৰালয়ৰ সৌজন্যত আৰু বৰভাগ ইউনাইটেড স্পোৰ্টচ ক্লাৱৰ সহযোগত আজি বৰখালাস্থিত ক্লাৱৰ...
ડીસા લાખણી તાલુકાના માટી કામ કરતા કારીગરો દિવડા બનાવવા માં વ્યથ જોવા મળ્યા
ડીસા લાખણી તાલુકાના માટી કામ કરતા કારીગરો દિવડા બનાવવા માં વ્યથ જોવા મળ્યા