টিংখাঙৰ মাহমৰা কাবুলা গাঁৱত গাঞ্জাসহ আটক দুই গাঞ্জা সৰবৰাহকাৰী । গাঁওৰক্ষী বাহিনীৰ সহযোগত টিংখাং আৰক্ষীয়ে আটক কৰে চামু কৰ্মকাৰ আৰু দীপক পাটৰ নামৰ দুই গাঞ্জা সৰবৰাহকাৰীক । কাবুলা গাঁৱৰ পৰা টিংখাঙৰ অভিমুখে এখন স্কুটিৰে আহি আছিল লোক দুজন । যুৱক দুজনৰ পৰা প্ৰায় ডেৰ কেজি ওজনৰ গাঞ্জা জব্দ কৰাৰ লগতে AS-06-AL-4771 নম্বৰৰ স্কুটিখনো জব্দ কৰিছে আৰক্ষীয়ে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মাইনা নায়কৰ ক্ষতিপূৰণ আদায় নকৰাক লৈ মৰাণত ক্ষোভ প্ৰকাশ আছাৰ
মাইনা নায়কৰ ক্ষতিপূৰণ আদায় নকৰাক লৈ মৰাণত ক্ষোভ প্ৰকাশ আছাৰ
অসমৰ ক'ত আৰু কেতিয়া অনুষ্ঠিত হব LUDO CUP 3th Edition 2022
অসমৰ ক'ত আৰু কেতিয়া অনুষ্ঠিত হব LUDO CUP 3th Edition 2022
Breaking News: Sukhpal Singh Khaira ने CM Bhagwant Mann पर लगाया हत्या करने का आरोप | Aaj Tak
Breaking News: Sukhpal Singh Khaira ने CM Bhagwant Mann पर लगाया हत्या करने का आरोप | Aaj Tak
અમરેલી જીલ્લા કોંગ્રેસ સમિતિમાં માગૅદશૅક વડીલ શ્રી તરીકેવરિષ્ઠ પત્રકાર શ્રી
હસનખાન એમ. ઘોરી ( એચ.એમ. ઘોરી સાહેબ) ની નિમણુંક કરવામાં આવી.
જાફરાબાદ ના સિટીઝન ફોરમ ઓન હ્યુમન રાઇટ્સ ના નેશનલ ચેરમેન શ્રી અને સ્ટ્રીટ ન્યુઝ ગુજરાત ના...
মৰাণত সংঘটিত হ'ল মৰেল পুলিচৰ ঘটনা, চুৰ কৰাৰ সন্দেহত এজনক খুঁটাত বান্ধি মাৰপিট ৰাইজৰ
মৰাণত সংঘটিত হ'ল মৰেল পুলিচৰ ঘটনা, চুৰ কৰাৰ সন্দেহত এজনক খুঁটাত বান্ধি মাৰপিট ৰাইজৰ