১৪ আগষ্টত মেলামৰা ইক' টি ট্যুৰিজিম চেন্টাৰত অনুষ্ঠিত হ'ব ডেষ্টিনেশ্যন খুমটাই অনুষ্ঠান। বিধায়ক মৃণাল শইকীয়াৰ উদ্যোগত আৰু Adian নামৰ সংস্থাটোৰ সহযোগত অনুষ্ঠিত কৰিছে এই অনুষ্ঠান ৷ ডেষ্টিনেশ্যন খুমটাই অনুষ্ঠানটিত কাৰ ৰেলী,চাইকেল ৰেলী,বৰশী বোৱা প্ৰতিযোগিতা,শিশু সকলৰ বাবে ডবা খেল,স্পীড কিউব আৰু সৰাপাত বুটলা প্ৰতিযোগিতা আদি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হ’ব । এই অনুষ্ঠানৰ এটা Theme Song মুকলি কৰিলে বিধায়ক মৃণাল শইকীয়াই ৷ ডেষ্টিনেশ্যন খুমটাই, খুমটাইলৈ যাওঁ ব'লক অনুষ্ঠানৰ মূল উদ্দেশ্য গ্ৰাম্য পৰ্যটনৰ আমেজ দিয়াৰ লগতে খুমটাইত গ্ৰাম্য পৰ্যটনৰ বিকাশ সাধন কৰা । খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ লগতে অনুষ্ঠানটোৰ আয়োজক তথা সকলো খুমটাইবাসীয়ে ডেষ্টিনেশ্যন খুমটাই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তুলিবলৈ সকলোকে আহ্বান আৰু সাদৰ আমন্ত্ৰণ জনাইছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
G-20 सम्मेलन पर क्या बोली विदेशी मीडिया? (BBC Duniya with Sarika) (BBC Hindi)
G-20 सम्मेलन पर क्या बोली विदेशी मीडिया? (BBC Duniya with Sarika) (BBC Hindi)
પાલીતાણા ના શેત્રુંજી ડેમ ખાતે આધેડનો આપઘાત
પાલીતાણા ના શેત્રુંજી ડેમ ખાતે આધેડનો આપઘાત પાલીતાણા રૂરલ પોલીસે સુસાઈટ નોટ કબજે કરી તપાસ હાથ કરી...
ঢকুৱাখনা-মাজুলীৰ সীমান্তৰ তাকাৰচুকত ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ খহনীয়া || চিচি-টেকেলিফুটা মথাউৰিলৈ ভাবুকি ||খহনীয়াৰ কালৰূপ পৰিদৰ্শন জিলা উপায়ুক্ত ড০ সুমিত সত্তৱানৰ
ঢকুৱাখনা-মাজুলীৰ সীমান্তৰ তাকাৰ চুকত ব্ৰহ্মপুত্ৰৰ প্ৰবল গড়াখহনীয়া অব্যাহত থকাত চিচি টেকেলিফুটা...
স্বৰ্গীয় পৰশুৰাম চাৱাছি সোঁৱৰণি প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ চুৰান্ত খেলৰ সামৰণি
স্বৰ্গীয় পৰশুৰাম চাৱাছি সোঁৱৰণি প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ চুৰান্ত খেলৰ সামৰণি।
યુવાનને હનીટ્રેપમાં ફસાવી રૂ. 85000 ટ્રાન્સફર કરાવી વધુ રૂ. 30 લાખની માંગ કરાતા ફરીયાદ નોંધાઈ:ફરી વિડીયો વાયરલ કરવાની ધમકી આપી બંદૂક અને છરી વડે ધમકી આપી
પાટડી તાલુકાના પીપળી ગામના યુવાનને હનીટ્રેપમાં ફસાવી રૂ. 85000 ટ્રાન્સફર કરાવી વધુ રૂ. 30 લાખની...