আটাছুৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি মনোজ গগৈয়ে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ অতি ঘনিষ্ঠ বুলি দাবী কৰি চাকৰি দিয়াৰ প্রলোভনেৰে কেইবাজনো যুৱকৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰিছিল । অইল ইণ্ডিয়া লিমিটেডৰ বিভিন্ন বিভাগত চাকৰি দিয়াৰ নামত দুলীয়াজানৰ কেইবাজনো যুৱকৰ পৰা সংগ্ৰহ কৰিছিল ধন । শেহতীয়াকৈ এই কথা পোহৰলৈ অহাৰ পিছতে আজি মৰাণত আটাছুৰ কেন্দ্ৰীয় সমিতিৰ বৈঠকত আটাছুৰ উপ-সভাপতি মনোজ গগৈ বহিস্কাৰ কৰে আটাছুৰ কেন্দ্ৰীয় সমিতিয়ে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Haryana Chunav Result : Haryana Result पर Anil Vij का बड़ा बयान बोले- पार्टी कहेगी तो CM बनूंगा
Haryana Chunav Result : Haryana Result पर Anil Vij का बड़ा बयान बोले- पार्टी कहेगी तो CM बनूंगा
Parliament Security Breach के लिए इस्तेमाल किया गया Color Smoke क्या है, जिससे धुआं-धुंआ हुआ संसद
Parliament Security Breach के लिए इस्तेमाल किया गया Color Smoke क्या है, जिससे धुआं-धुंआ हुआ संसद