মাজুলীৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ত আজি ৰাষ্ট্ৰীয় গ্ৰন্থাগাৰিক দিৱস পালন কৰা হয়৷ ৰাষ্ট্ৰীয় গ্ৰন্থাগাৰিক দিৱসৰ লগত সংগতি ৰাখি মহাবিদ্যালয়খনৰ গ্ৰন্থাগাৰত মহাবিদ্যালয়ৰ সমূহ শিক্ষক-কৰ্মচাৰী, ছাত্ৰ একতা সভা, এনচিচি, এনএছএছৰ লগতে সমূহ ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত এখনি সভা অনুষ্ঠিত হয়৷ সভাখন আঁত ধৰি ড০ এছ আৰ ৰঙ্গানাথণৰ গ্ৰন্থৰ প্ৰচাৰ আৰু প্ৰকাশৰ ক্ষেত্ৰত তেখেতৰ ভূমিকা সম্পৰ্কে বিশদভাৱে বক্তব্য প্ৰদান কৰে গ্ৰন্থাগাৰিক টংকেশ্বৰ পাঠকে৷ সভাত মুখ্য বক্তা হিচাপে উপস্থিত থাকি মহ্যবিদ্যালয়খনৰ অধ্যক্ষ ড০ জাহ্নৱী লহকৰ বৰুৱাই গ্ৰন্থগাৰৰ ব্যৱহাৰ আৰু গ্ৰন্থগাৰিকৰ ভূমিকা সম্পৰ্কে বিষদভাৱে বক্তব্য আগবঢ়ায়৷ সভাত ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক পৱন দলেয়ে দিনটোৰ তাৎপৰ্য আৰু ছাত্ৰ-ছাত্ৰীসকলক ঐক্যসাজ পৰিধান কৰি মহাবিদ্যালয়ৰ নীতি-নিৰ্দেশনা পালন কৰিবলৈ আহ্বান জনায়৷ উক্ত সভাতে অধ্যক্ষ ড০ জাহ্নৱী লহকৰ বৰুৱাই কেইবাখনো মূল্যৱান গ্ৰন্থ গ্ৰন্থগাৰিকৰ হাতত অৰ্পণ কৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
গোলাঘাটৰ জামুগুৰি চাহ বাগিচাত প্ৰাপ্য বনাছ আদায় দিয়াৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিলে শ্ৰমিক
গোলাঘাটৰ জামুগুৰি চাহ বাগিচাত প্ৰাপ্য বনাছ আদায় দিয়াৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিলে শ্ৰমিক সকলে...
લાંબા ગામે જુગાર રમી રહેલા પાંચ શખ્શો ઝડપાયા.
લાંબા ગામે જુગાર રમી રહેલા પાંચ શખ્શો ઝડપાયા.
બનાસકાંઠા જિલ્લામાં વરસાદી માહોલ...
બનાસકાંઠા જિલ્લામાં વરસાદી માહોલ
બનાસકાંઠા જિલ્લામાં બપોર બાદ અનેક વિસ્તારમાં ધોધમાર...
તારીખ ૨૫.૧૨.૨૦૨૨ રોજ . સવારે ૧૦.૦૦ કલાકે. જીવદયાપ્રેમી નો ફોન આવ્યો જણાવ્યું કે રેલ્વે સ્ટેશન
તારીખ ૨૫.૧૨.૨૦૨૨ રોજ . સવારે ૧૦.૦૦ કલાકે. જીવદયાપ્રેમી નો ફોન આવ્યો જણાવ્યું કે રેલ્વે સ્ટેશન...
જુનાગઢ એલસીબી પોલીસે સાબલપુર ચોકડી પરથી પાર્સલ પેકિંગ ની આડમાં મહારાષ્ટ્ર થી ટ્રકમાં આવેલ ૯.૬૦ લાખના વિદેશી દારૂ સાથે બે સપ્લાયર બુટલેગરોને ઝડપી હાથ ન આવેલ પાંચ બુટલેગરોને ઝડપી લેવા તપાસ હાથ ધરી છે
જુનાગઢ એલસીબી પોલીસે સાબલપુર ચોકડી પરથી પાર્સલ પેકિંગ ની આડમાં મહારાષ્ટ્ર થી ટ્રકમાં આવેલ ૯.૬૦...