মাজুলীৰ ব্ৰহ্মপুত্ৰত হথাৎ ধুমুহা : যাত্ৰীৰ মাজত আতংক মই পৰিৱেশ ৷ পুৱা ৮.৩০ বজাৰ ফেৰী চলিব নোৱাৰি পলমকৈ নিব লগা হল ফেৰি ৷

মাজুলীৰ অফলামুখ পাৰ ঘাটত এই দুৰ্যোগময় পৰিৱেশ ৷ কোনোমতে ফেৰিৰ পৰা  পানীত নপৰাকৈ বাছিল যাত্ৰীবাহী বাহন ৷