নাৰায়ণপুৰ ৰাজহচক্ৰৰ অন্তৰ্গত পদুমনি নামঘৰত চৰাইদলনি গাঁৱৰ কিশোৰসকলে দুমাহ ধৰি প্ৰশিক্ষণ গ্ৰহণ কৰি থকা গুৰুবাদ্য খোলৰ প্ৰশিক্ষণৰ যোৱা নিশা আনুষ্ঠানিকভাৱে পৰিৱেশন কৰা হয় ৷ প্ৰশিক্ষকদ্বয় প্ৰসন্ন গন্ধিয়া আৰু দিগন্ত হাজৰিকাই প্ৰশিক্ষাৰ্থীসকলক গুৰুবাদ্য প্ৰদৰ্শনৰ বাবে সকলোকে মুৰত পাক মৰা কাৰ্যসুচী ৰূপায়ণ কৰাৰ অন্তত উনৈছ গৰাকী শিক্ষাৰ্থীয়ে সাৱলীলভাৱে প্ৰদৰ্শন কৰে গায়ন বায়ন ৷ মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱৰ সৃষ্ট গুৰুবাদ্য খোলৰ সম্পৰ্কে কিশোৰসকলক জ্ঞান প্ৰদান কৰা আৰু সত্ৰীয়া কৃষ্টিৰ সৈতে পৰিচয় কৰোৱাৰ উদ্দেশ্যে দুমাহ পূৰ্ৱে আৰম্ভ কৰা খোলবাদ্য প্ৰশিক্ষণৰ অংশস্বৰুপ কিশোৰ প্ৰশিক্ষাৰ্থীসকলক মুৰত পাগ মৰা কাৰ্যসুচী ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
MF Stress Test: Quant MF ने पब्लिश किए नतीजे, Small Cap का 50% पोर्टफोलियो 22 दिन में लिक्विडेट होगा
MF Stress Test: Quant MF ने पब्लिश किए नतीजे, Small Cap का 50% पोर्टफोलियो 22 दिन में लिक्विडेट होगा
PM E-Drive Scheme: अगले एक साल में इलेक्ट्रिक दोपहिया खरीदना रहेगा फायदेमंद, 50 हजार तक का मिलेगा सब्सिडी
PM E-Drive Scheme के तहत इलेक्ट्रिक टू-व्हीलर पर पहले साल 5000 रुपए प्रति किलोवाट की सब्सिडी...
સુરત WRMS ઉધના બ્રાન્ચ દ્વારા ક્રું લોબીમાં વિરોધ પ્રદર્શન | SatyaNirbhay News Channel
સુરત WRMS ઉધના બ્રાન્ચ દ્વારા ક્રું લોબીમાં વિરોધ પ્રદર્શન | SatyaNirbhay News Channel
बीड जिल्ह्यात वडवणीत मुख्यमंत्री उपमुख्यमंत्री यांच्या विरोधात रास्ता रोखो आंदोलन
बीड प्रतिनिधी
पावसामुळे शेती पिकांचे अतोनात नुकसान झाले असून यांचे तात्काळ पंचनामे करुन सरसगट...
প্ৰিয়া দাসৰ বাস গৃহত উপস্থিত হোজাই বিধায়ক আৰু জিলা উপায়ুক্ত
হোজাই প্ৰিয়া দাসৰ বাস গৃহত উপস্তি বিধায়ক ৰামকৃষ্ণ ঘোষ আৰু জিলা উপায়ুক্ত অনুপম চৌধুৰী । চৰ্চিত...