আজাদি কা অমৃত উৎসৱ উপলক্ষে হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী আজিৰে পৰা আৰম্ভ হয়। যোৰহাটত আজি পুৱা ভাগত যোৰহাটৰ বিদ্যালয় সমূহৰ ছাত্র ছাত্ৰী শিক্ষক সকলে যোৰহাটৰ মাজেৰে হাতে হাতে ত্ৰিৰংগা লৈ এক শোভাযাত্ৰা কাৰ্যসূচী ৰূপায়ন কৰে