ঢকুৱাখনা বিভিন্ন বিদ্যালয়ৰ দৰে নৰ্মাল স্কুল ঢকুৱাখনাতো প্ৰশিক্ষাথী স্বাধীনতা অমৃত মহোৎসৱৰ প্ৰথম দিনৰ কায্যসূচীত ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰি জাতীয় পতাকা উত্তোলনেৰে আৰম্ভ কৰে।