শিৱসাগৰ কলেজৰ প্ৰাক্তন অধ্যাপক তথা কথাশিল্পী ধাইআলিস্থিত ইমৰাণ শ্বাহৰ বাসগৃহত আজি ডিব্ৰুগড় বিশ্ব বিদ্যালয়ৰ সৰ্বোচ্চ সন্মান ডি লিট উপাধি প্ৰদান কৰা হয়। গাম্ভীয্যপূৰ্ণ এইবটাঁ প্ৰদান অনুষ্ঠানত ডিব্ৰুগড় বিশ্ব বিদ্যালয়ৰ প্ৰাধ্যাপক দেৱ চক্ৰৱৰ্তী , বিশ্ব বিদ্যালয়ৰ পঞ্জীয়ক পৰমানন্দ সোনোৱাল , বিশ বিদ্যালয়ৰ শৈক্ষিক উপ পঞ্জীয়ক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্ৰহ্লাদ তাচা, বিশিষ্ট চিন্তাবিদ ড°জগদীশ পাটগিৰিকে প্ৰমুখ্য কৰি শিৱসাগৰৰ বহু দল -সংগঠন আৰু বহুতো গণ্য-মান্য ব্যক্তি উপস্থিত থাকি ইমৰাণ শ্বাহক সম্বৰ্ধনা জনায়।