চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত পদযাত্ৰা।

হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ অধীনত চৰাইদেউ জিলা প্ৰশাসনে আজি এক পদযাত্ৰা কাৰ্যসূচী অনুষ্ঠিত কৰে। চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত চৰাইদেউ জিলা ক্ৰীড়া সন্থা আৰু মাৰৱাড়ী যুৱ মঞ্চৰ সহযোগত আয়োজিত হয় এই পদযাত্ৰা কাৰ্যসূচী। সোণাৰি আৱৰ্ত ভৱনৰ পৰা সোণাৰি পুখুৰী পাৰলৈকে বাহিৰ কৰা হয় পদযাত্ৰা।