খাৰুপেটীয়াত ন বোৱাৰীক হত্যাৰ অভিযোগ উত্থাপিত হৈছে । উল্লেখ্য যে এবছৰ পূৰ্বে দৰঙৰ খাৰুপেটীয়া আৰক্ষী থানাৰ অন্তৰ্গত খগজানি গাঁৱৰ আব্দুল বাৰেকৰ পুত্ৰ নজৰুল হকৰ সৈতে দলগাওঁ আৰক্ষী থানাৰ বৰঙাবাৰী গাঁও ৰ আইনাল হকৰ কন্যা আলমিনা বেগমৰ লগত সামাজিক ভাৱে বিবাহ সম্পন্ন হয় । বিবাহ সম্পন্ন হোৱাৰ কিছুদিন পিছৰে পৰাই যৌতুক দাবী কৰি বোৱাৰী গৰাকীৰ ওপৰত শাৰীৰিক মানসিক নিৰ্যাতন চলাই আহিছিল স্বামীৰ পৰিয়ালে । চলিত মাহৰ ১৩ তাৰিখে যৌতুকৰ গইনা লৈ কাজিয়াৰ সৃষ্টি কৰি ন বোৱাৰী গৰাকীক স্বামীৰ পৰিয়ালে উপৰ্যুপৰি আক্ৰমণ কৰে আৰু হত্যাৰ চেষ্টাৰে মুখত বিষ ঢালি দিয়ে । গুৰুতৰ ভাৱে আহত বোৱাৰী গৰাকীক চিকিৎসাৰ বাবে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে জি এম চি এইচ লৈ প্ৰেৰণ কৰে । প্ৰায় এসপ্তাহ জি এম চি এইচৰ বিচনাত চটফটাই মৃত্যু বৰণ কৰে ন বোৱাৰী আলমিনা বেগম । ঘটনা সন্দৰ্ভত স্বামী নজৰুল হক , শহুৰ আব্দুল বাৰেক আৰু শাহুৰী নুৰ জাহানৰ বিৰুদ্ধে খাৰুপেটীয়া আৰক্ষী থানাত ৰুজু হৈছে গোচৰ । উক্ত গোচৰৰ ভিত্তিত স্বামী নজৰুল হকক ইতিমধ্যে আৰক্ষীয়ে জেললৈ প্ৰেৰণ কৰিছে যদিও বাকী অভিযুক্ত সকলক কৰাত্ত কৰিবলৈ আৰক্ষী প্ৰশাসনৰ ওচৰত দাবী জনাইছে বোৱাৰীৰ পিতৃ পৰিয়ালে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Annual Information System से कर रहे असहमति तो संभल जाएं कहीं खुदपर ही न पड़ जाए भारी | Tax Guru
Annual Information System से कर रहे असहमति तो संभल जाएं कहीं खुदपर ही न पड़ जाए भारी | Tax Guru
पूर्वांचल एक्सप्रेसवे के अण्डरपास के नीचे मिली लाश
जनपद आजमगढ़ में,पूर्वांचल एक्सप्रेसवे के अण्डरपास के नीचे मिली लाश।मालूम होकि जनपद आजमगढ़ के थाना...
પાલનપુર સ્વસ્તિક શૈક્ષણિક સંકુલના કલાશિક્ષક નયન ચત્રારિયા બન્યા પેડમેન
પાલનપુર ની સ્વસ્તિક સ્કૂલના સંચાલક નયનભાઈ ચત્રારિયા બન્યા પેડમેન
KHEDA NEWS - TV92 GUJARAT MANDVI 22-09-2022
KHEDA NEWS - TV92 GUJARAT MANDVI 22-09-2022