স্বাধীনতাৰ পূৰ্বে চৰাইদেউৰ সিমান্ত সমূহত কটকটীয়া নিৰাপত্তা ব্যৱস্থা।

অসম-নাগালেণ্ডৰ প্ৰতিটো সিমান্তত সেনা বাহিনীৰ বৃহৎ দলৰ ব্যাপক সঞ্চালন। ঘন অৰণ্যত সেনাৰ টহলদাৰি ফৌজ।