লক্ষ্যত উপনীত হবলৈ দৃশ্যায়নৰ প্ৰয়োজন। কোনো সপোনে লক্ষ্য প্ৰাপ্তিৰ কৰিব নোৱাৰে যদিহে ই নিদিষ্ট নহয় আৰু সময়ৰ সীমাবদ্ধতা নাথাকে। ডি, এইচ, এছ, কে কানৈ মহাবিদ্যালয়ৰ অশ্বিনী চৰন চৌধুৰী গ্ৰন্থাগাৰ উদ্যোগত গ্ৰন্থাগাৰ দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা অনলাইন বক্তৃতানুষ্ঠানত মূখ্য বক্তা হিচাবে অংশগ্ৰহণ কৰি শিলচৰ অসম বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক ডঃ মুকুট শৰ্মাই আজি এইদৰে কয়। লক্ষ্য প্ৰাপ্তিৰ কৰিবলৈ দৃশ্যায়নৰ শক্তি ৰ্শীৰ্ষক বিষয়ত অনুষ্ঠিত হোৱাৰ বক্তৃতানুষ্ঠানত শিক্ষাবিদগৰাকীয়ে কয় যে মানুহে শক্তিশালী দৃশ্যায়ন শক্তি দ্বাৰা ডাঙৰ সপোন প্ৰাপ্তিৰ কৰিব পাৰি। গ্ৰন্থাগাৰিক ড0পল্লবী গগৈয়ে আঁতধৰা অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড0 শশীকান্ত শইকীয়াই। অনুষ্ঠানত মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড0প্ৰিয়দেৱ গোস্বামী, অধ্যাপক ড0অনন্ত কুমাৰ দত্ত, ড0মৃদুল কুমাৰ শৰ্মা, ড0বিৰাজ দত্ত, ডনবস্ক বিশ্ববিদ্যালয়ৰ অধ্যাপক ড0 বুলজিৎ বুঢ়াগোহাঁইকে ধৰি মহাবিদ্যালয়ৰ ছাত্ৰ - ছাত্ৰী লগতে শিক্ষক - কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Bihar Politics Updates: 9वीं बार Bihar के CM बनें Nitish Kumar, RJD के खिलाफ एक्शन हुआ शुरू | AajTak
Bihar Politics Updates: 9वीं बार Bihar के CM बनें Nitish Kumar, RJD के खिलाफ एक्शन हुआ शुरू | AajTak
Steel Futures Trading Strategy: बाजार में आई एक नई शुरुआत,Ferrous Metals के Hedging Gap पर होगा असर?
Steel Futures Trading Strategy: बाजार में आई एक नई शुरुआत,Ferrous Metals के Hedging Gap पर होगा असर?
राष्ट्रीय स्वास्थ्य मिशन के तहत मनोहर बावड़ी में स्वास्थ्य शिविर हुआ आयोजित
राष्ट्रीय स्वास्थ्य मिशन के तहत शहरी प्राथमिक स्वास्थ्य केंद्र बालचंद पाड़ा के तत्वावधान मनोहर...
સરદારનગર પોલીસે નકલી પોલીસ બનેલ પ્રકાશ વાઘેલા નામનાં યુવકની ધરપકડ કરી
અમદાવાદ
રાજયમાં ઘણા એવા કિસ્સાઓ બનતા હોય છે જેમાં અસલી પોલીસ નકલી પોલીસની ધરપકડ કરતી હોય...