বিহালী বেদেতী অভাৰব্ৰীজ পথৰ কাষত থকা গছ-গছনি পৰিবেষ্টিত সংলগ্ন ভুমিখণ্ড জলাশয় সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে যোৱা ২ আগষ্ট ইং ২০২২ তাৰিখে অনুষ্ঠিত হোৱা ৰাজহুৱা সভাৰ প্ৰস্তাৱ সমূহ বেদেতী আঞ্চলিক উন্নয়ন সমিতিৰ কেইগৰাকীমান বিষয়ববীয়াই। ইফালে ১০ আগষ্ট ২০২২ তাৰিখে বিশ্বনাথ জিলাৰ উপায়ুক্ত মুনীন্দ্ৰ নাথ ঙাটে অতিৰিক্ত উপায়ুক্ত বিশ্বজিৎ শইকীয়া, আৰু পূব শোণিতপুৰ বন প্ৰাধিকাৰী অৰুণ ভিগনেছক হাতত অৰ্পণ কৰা হয় । এই ক্ষেত্ৰত জিলা উপায়ুক্তয়ে তাৎক্ষণিক ভাৱে প্ৰস্তাৱৰ সমূহ অতিৰিক্ত উপায়ুক্ত বিশ্বজিৎ শইকীয়াৰ জৰিয়তে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ ( NHIDCL )বিভাগলৈ পত্ৰ প্ৰেৰণৰ ব্যৱস্থা কৰে। সভাৰ প্ৰস্তাৱসমূহ কাৰ্যকৰী কৰণৰ অৰ্থে বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্ত আৰু ইয়াৰ প্ৰতিলিপি বিহালী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া, জিলা পঞ্চায়তৰ সদস্যা,আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী আৰু গাওঁ পঞ্চায়তৰ সভাপতিলৈও প্ৰেৰণ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
US Market Creates Caution? | NASDAQ Outperformance | अमेरिकी बाजार की इस रैली से क्या है संकेत?
US Market Creates Caution? | NASDAQ Outperformance | अमेरिकी बाजार की इस रैली से क्या है संकेत?
Tata Tiago CNG के ऑटोमैटिक वेरिएंट में क्या मिल सकती हैं खूबियां, जानिए कब होगी लॉन्च
Tata Tiago CNG AT इस आगामी गाड़ी के फीचर्स को लेकर भी खबरें चल रही हैं। उम्मीद है कि इसमें...
જસદણ: આટકોટ રોડ પર રામદેવ ભુવનમાં આજે પાટીદાર મહિલાઓ દ્વારા મીટીંગનું આયોજન કરવામાં આવ્યું
જસદણ: આટકોટ રોડ પર રામદેવ ભુવનમાં આજે પાટીદાર મહિલાઓ દ્વારા મીટીંગનું આયોજન કરવામાં આવ્યું
চৰাইদেউত জিলাপ্ৰশাসনৰ উদ্যোগত বিকশিত ভাৰত সংকল্প যাত্ৰাত অংশ ল'লে বিজেপি জিলা মহিলা মৰ্চাৰ বিষয় ববীয়াসকলে।
বুধবাৰে চৰাইদেউত জিলা প্ৰশাসনৰ উদ্যোগত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ কাৰ্য্যসূচীত অংশ গ্ৰহন কৰে জিলা...