এক হ’ব মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰী আৰু ৰঙাজান উজীৰৰ টোল ৷ সত্ৰীয়া পৰম্পৰা আৰু ৰীতি-নীতিৰে পৰিচালিত লেটেকুপুখুৰী আৰু শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ দ্বাৰা পৰিচালিত উজীৰৰ টোল নিজস্ব পৰম্পৰা আৰু ৰীতি নীতি অক্ষুন্ন ৰাখি আগন্তুক দিনত মাধৱদেৱ ক্ষেত্ৰ নামেৰে পৰিচয় কৰোৱাৰ কাম আৰম্ভ হৈছে ৷ এইসম্পৰ্কে যোৱা ২৭ জুনত বিধায়ক অমিয় কুমাৰ ভূঞাৰ উদ্যোগত দুয়োখন জন্মস্থানৰ বিষয়ববীয়াৰে আলোচনাৰ অন্তত গঠিত সমিতি খনৰ দ্বাৰা আজি লখিমপুৰ জিলা উপায়ুক্তৰ উপস্থিতিত দুয়োখন জন্মস্থানৰ ক্ষেত্ৰভিত্তিক পৰ্যবেক্ষণ কৰা হয় ৷ পৰৱৰ্তী সময়ত সমিতি খনে একত্ৰিকৰণ কাৰ্যসুচী সমাপন কৰি মাধৱদেৱ ক্ষেত্ৰ নিৰ্মাণৰ বাবে অসম চৰকাৰৰ হাতত অৰ্পণ কৰিব আচঁনি ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ભયાનક અકસ્માત: કર્ણાટકમાં ભયાનક અકસ્માત, ટ્રક સાથે જીપ અથડાઈ, 9 કામદારોના મોત, 11 ઘાયલ
કર્ણાટકમાં એક ભયાનક માર્ગ અકસ્માતની જાણ થઈ છે. એક જીપ ટ્રક સાથે અથડાઈ હતી. આ દુર્ઘટનામાં નવ...
બોટાદ ખાતે ડાયમંડ એસોસિએશન દ્વારા બ્લડ ડોનેશન કેમ્પનું આયોજન કરાયું
બોટાદ ખાતે ડાયમંડ એસોસિએશન દ્વારા બ્લડ ડોનેશન કેમ્પનું આયોજન કરાયું
SURENDRANAGAR : સુરેન્દ્રનગર જિલ્લા પ્રમુખનો જન્મદિવસ
#buletinindia #gujarat #surendranagar
সোণাৰিত যুৱতী অগ্নিদগ্ধ
সোণাৰিত যুৱতী অগ্নিদগ্ধ
বৰাহী চাহ বাগিছাত এগৰাকী যুৱতী অগ্নিদগ্ধ : সংকট জনক অৱস্থাত চৰাইদেউ জিলা...