স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত অসম আৰক্ষীলৈ সুখবৰ 

হোজাই ৰ SP বৰুণ পুৰকায়স্থলৈ বিশেষ সেৱা মেডেল । তদন্ত ত পাৰদৰ্শিতাৰ বাবে স্বীকৃতি আৰক্ষী বিষয়াজলৈ ।