আজি শিৱসাগৰ নগৰৰ সমীপৰ ৪৩৭ নং ঢুলীয়া গাঁও প্ৰাথমিক বিদ্যালয়ত উপস্থিত হৈ শিৱসাগৰ জিলা যক্ষ্মা চিকিৎসা বিষয়া ডাঃ উদয়াদিত্য ৰাজকোঁৱৰ।বিদ্যালয় পৰিয়ালে বিশিষ্ট চিকিৎসক গৰাকী আদৰণি জনোৱাৰ পাছত ছাত্ৰ-ছাত্ৰী সকলে কোনেধৰণে হাত ধোব লাগে তাৰ বিজ্ঞান সন্মত দিশ সমূহ ফঁহিয়াই দেখুৱাই দিয়াৰ লগতে ছাত্ৰ-ছাত্ৰী সকলে ৰোগ মুক্ত ভাবে থাকিবলৈ কি কি ব্যৱস্থা আৰু লব লগা সাৱধানতাৰ সন্দৰ্ভত বিশদভাৱে পৰামৰ্শ আগবঢ়াই।চিকিৎসা গৰাকীয়ে বিশ্ব ত্ৰাস সৃষ্টি কৰা "কভিদ"মহামাৰিৰ সন্দৰ্ভত লব লগা সাৱধানতা সমূহৰ বিষয়ে ছাত্ৰ সকলৰ লগত এক অন্তৰংগ এক মূহুৰ্ত পাৰ কৰে।ছাত্ৰ-ছাত্ৰী সকলে গৰম বন্ধৰ সময়ত কৰা কৰ্মশালাত তাহানিৰ কালজয়ি গীত পৰিবেশন কৰা লগতে চিকিৎসক গৰাকীয়ে ও বিশিষ্ট শিল্পী প্ৰয়াত খগেন মহন্তৰ মা-আমি শদিয়ালৈ যাম এ শীৰ্ষক গীতকে ধৰি কেইবাটিও কালজয়ি গীত পৰিবেশন কৰি অনুষ্ঠানৰ শৌষ্টব বৃদ্ধি কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ફતેગંજ વિસ્તારમાં આવેલા કોમ્પલેક્ષના બેઝમેન્ટમાં થી ઈંગ્લીશ દારૂના જથ્થા સાથે બે ઇસમોને ઝડપી પાડયા
ફતેગંજ વિસ્તારમાં આવેલા કોમ્પલેક્ષના બેઝમેન્ટમાં થી ઈંગ્લીશ દારૂના જથ્થા સાથે બે ઇસમોને ઝડપી પાડયા
Lok Sabha MP Suspended: अब तक कुल 92 सांसद निलंबित, गुस्से से फायर हुए Congress नेता, क्या कहा?
Lok Sabha MP Suspended: अब तक कुल 92 सांसद निलंबित, गुस्से से फायर हुए Congress नेता, क्या कहा?
आजादी की अमृतमहोत्सव" या अभियाना अंतर्गत यशवंत धरणाच्या नऊ ही गेट ला तिरंगाचे रूप"
आजादी की अमृतमहोत्सव" या अभियाना अंतर्गत यशवंत धरणाच्या नऊ ही गेट ला तिरंगाचे रूप"
শ্ৰমিক প্ৰাণ মহেন্দ্ৰ নাথ শৰ্মা সোঁৱৰণী আন্ত: বাগিচা ফুটবল টুৰ্ণামেণ্টত খুমটাই চাহ বাগিচা চেম্পিয়ন
অসম চাহ মজদুৰ সংঘ আৰু ভাৰতীয় চাহ সন্থাৰ যৌথ উদ্যোগত চলি থকা শ্ৰমিক প্ৰাণ ঁ মহেন্দ্ৰ নাথ শৰ্মা...