হেপাহৰ ৰঙালী বিহুক আদৰিবলৈ সমস্ত ৰাজ্যৰ লগতে বৃহতৰ ৰহা,চাপৰমুখতো ব্যাপক প্ৰস্তুতি চলাই থকাৰ লগতে বিভিন্ন ৰঙালী উৎসৱ উদযাপন সমিতি সমূহৰ দ্বাৰা উল্লহ মালহেৰে ৰঙালী উৎসৱ উদযাপন ৰ ব্যাপক প্ৰস্তুতি চলাই থকাৰ সমান্তৰালকৈ ৰহাৰ চাপৰমুখ স্থিত লক্ষ্মী নাৰায়ন বাদ্য ভান্ডাৰত এতিয়া দিনে ণিশাই চলিচে ঢোল নিৰ্মান।

           লক্ষ্মী নাৰায়ণ বাদ্য ভান্ডাৰৰ স্বতাধিকাৰীয়ে জানিব দিয়ে যে ৫০-৬০বছৰৰ পৰা ঢোল নিৰ্মান কৰি আহিছে এই বৰ্ষও গুৱাহাটী, নগাঁও, বেবেজীয়া,ফুলগুৰি,ৰহা সহ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ঢোল নিৰ্মান ৰ অৰ্ডাৰ আহিছে।