নতুন দিল্লী, ১২ আগষ্ট। আজি বিশ্ব হস্তী দিৱস। সেই উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হাতী সংৰক্ষণবিদসকলৰ প্ৰচেষ্টাক প্ৰশংসা কৰি কয় যে যোৱা ৮ বছৰত দেশত হাতীৰ সংখ্যা বৃদ্ধি পাইছে আৰু তাক লৈ মোদীয়ে আনন্দ প্ৰকাশ কৰে। "বিশ্ব হস্তী দিৱসত আমি হাতীৰ সুৰক্ষাৰ প্ৰতি আমাৰ প্ৰতিশ্ৰুতি পুনৰাবৃত্তি কৰিছো। এছিয়াৰ সকলো হাতীৰ প্ৰায় ৬০ শতাংশ ভাৰতৰ"। যোৱা ৮ বছৰত হাতীৰ বাবে সুৰক্ষিত অঞ্চলৰ সংখ্যা বৃদ্ধি পাইছে। ইয়াৰ বাবে হাতী সংৰক্ষণৰ সৈতে জড়িত সকলোকে মোদীয়ে প্ৰশংসা কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
গোৰেশ্বৰৰ হাজলপাৰা কলাকুছিত ধুমুহাৰ তাণ্ডৱ
গোৰেশ্বৰৰ হাজলপাৰা কলাকুছিত ধুমুহাৰ তাণ্ডৱ
সোণাৰি পৌৰসভাই এতিয়াৰ পৰা পথত থকা গৰুক পাউণ্ডত ৰখাৰ ব্যৱস্থা কৰিছে।
সোণাৰি পৌৰসভাই এতিয়াৰ পৰা পথত থকা গৰুক পাউণ্ডত ৰখাৰ ব্যৱস্থা কৰিছে।
সোণাৰি পৌৰসভাই...
নুমলীগড়ৰ মৰঙিৰ সাৰৰ গাৱৰ সমীপৰ ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।
নুমলীগড়ৰ মৰঙিৰ সাৰৰ গাৱৰ সমীপৰ ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।
দৈনিক ৩৯ নং ৰাষ্ট্ৰীয়...