গুৱাহাটী লোকনিৰ্মান বিভাগৰ প্ৰশিক্ষণ আৰু সন্মিলন ভবনত অনুষ্ঠিত মাজুলী আৰু গুৱাহাটীৰ পৰা প্ৰকাশিত অসমীয়া দৈনিক বাতৰি কাকত অসম বাৰ্তাৰ চতুৰ্থ বাৰ্ষিক বৰ্ষপূৰ্তি উদযাপন আৰু বঁটা প্ৰদান অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিশিষ্ট ব্যক্তিক সাংবাদিকতা, সাংস্কৃতিক,সাহিত্য বঁটা প্ৰদান কৰাৰ লগতে ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাক সাহিত্য উন্মেষ বঁটা, বিশিষ্ট সাংবাদিক মনোজ কুমাৰ গোস্বামীক সাংবাদিকতা বঁটা, ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মোহনক ৰাজনেতা বঁটা আৰু কন্ঠশিল্পী প্ৰানদীপ সাংস্কৃতিক বঁটা প্ৰদান কৰাৰ লগতে ৰহা সৰাগাঁও নিবাসী তথা কবি,লেখক,প্ৰবন্ধকাৰ লক্ষী প্ৰসাদ ডেকাক সাংগঠনিক, সাংস্কৃতিক, শৈক্ষিক ক্ষেত্ৰত আগবঢ়োৱা অবদানৰ বাবে অসম বাৰ্তাৰ পৰা তপোধন অসম বঁটা প্ৰদান কৰা হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
निर्दलीय प्रत्याशी डॉ. जीवन राजपूत की जनता से खास अपील धर्म के नाम पर वोट मांगने वालों को बाहर का रास्ता दिखाओ
निर्दलीय प्रत्याशी डॉ. जीवन राजपूत ने अंबेडकर आवास पर हुई बड़ी बैठक में अपील की कि जो प्रत्याशी...
পশ্চিম গুৱাহাটী জাতীয় বিদ্যালয়ৰ অষ্টাদশ প্ৰতিষ্ঠা দিৱস উদযাপন
আজিৰ খবৰ, গুৱাহাটী, ১৭ জুলাই, ২০২২ : বিগত বৰ্ষৰ দৰে এইবেলিও পাণ্ডু সদিলাপুৰস্থিত পশ্চিম গুৱাহাটী...
ડીસાના ગલાલપુરા પાટીયા નજીક કાર ચાલકે યુવતીને અડફેટે લેતાં મોતને ભેટી
ડીસા-ધાનેરા રોડ પર આજે વહેલી સવારે વધુ એક અકસ્માત સર્જાયો હોવાની ઘટના સર્જાઇ છે. દૂધ લેવા જઈ...
দৰ্শক সকল আপোনালোকৰ বাবে আগবঢ়াইছো বোকাজান মহকুমাৰ খতখতিৰ চান্দে বজাৰৰ এজন যুৱকৰ YAARON এলবাম।
দৰ্শক সকল আপোনালোকৰ বাবে আগবঢ়াইছো বোকাজান মহকুমাৰ খতখতিৰ চান্দে বজাৰৰ এজন যুৱকৰ YAARON এলবাম।