সোমবাৰে চৰাইদেউ জিলাৰ মৰাণহাট জ্যোতিপুৰ স্থিত মাহমৰা সমষ্টিৰ অটল বিহাৰী বাজপেয়ী ভৱনত আগন্তুক লোকসভা নিৰ্বাচণক কেন্দ্ৰ কৰি এখন নিৰ্বাচণী সাংগাঠনিক সভা অনুষ্ঠিত হয়। এই সভাত বিজেপিৰ অসম ৰাজ্যিক সাংগাঠনিক সাধাৰন সম্পাদক ৰবীন্দ্ৰ ৰাজ্জু , মাহমৰা সমষ্টিৰ বিধায়ক তথা অখসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহন, চৰাইদেউ জিলাৰ বিজেপিৰ সভাপতি লক্ষ্মীনাথ তাছা, জিলা সমিতিৰ বিষয় ববীয়া সকল, মাহমৰা সমষ্টিৰ অন্তৰ্গত তিনিটা মণ্ডলৰ সভাপতি তথা বিষয় ববীয়া সকল,বুথ সমুহৰ সভাপতি সকল, আৰু বিষয় ববীয়া সকল উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Theft at Kharupetia near Sri Hanuman Mandir - looted approx 15 Tolas of Gold & Cash rupees
Theft at Kharupetia near Sri Hanuman Mandir - looted approx 15 Tolas of Gold & Cash rupees
દાંતા માં હત્યાનો મામલો..
દાંતા મા જયંતીભાઈ ઠાકોર ની હત્યા નો મામલો...
જયંતીભાઈ ઠાકોરની હત્યાના વિરોધમાં...
Kerala Govt Officials Retire: केरल सरकार के रिकॉर्ड 11,801 अधिकारी आज होंगे सेवानिवृत्त
तिरुवनंतपुरम, केरल सरकार के रिकॉर्ड 11,801 अधिकारी बुधवार को सेवानिवृत्त होने...
এক ইঞ্চি মাটিও এৰি দিয়া নহ'ব অৰুণাচলক - অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ
এক ইঞ্চি মাটিও এৰি দিয়া নহ'ব অৰুণাচলক - অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ।
শুক্ৰবাৰে অসম চৰকাৰৰ...
વડોદરા: બળેવ નિમિત્તે જે.એમ.પંડ્યા સંસ્કારધામ ખાતે સમૂહ જનોઈ બદલવાની વિધિનું આયોજન| Vadodara News
વડોદરા: બળેવ નિમિત્તે જે.એમ.પંડ્યા સંસ્કારધામ ખાતે સમૂહ જનોઈ બદલવાની વિધિનું આયોજન| Vadodara News