প্ৰধানমন্ত্ৰী আৱাস যোজনা PMAY-G গৃহ নিৰ্মাণ ধন আত্মসাৎ কৰাৰ অভিযোগত ধেমাজিৰ চিচিবৰগাও উন্নয়ণ খণ্ডৰ অধীনস্থ শ্ৰীপাণি গাঁৱ পঞ্চায়তৰ সচিবক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰাত চিচিবৰগাওঁ আৰক্ষীক ধন্যবাদ জ্ঞাপন SMSS ৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক ৰুদ্ৰ ভূঞাই লগতে তেওঁ কয় যে এই ধন আত্মসাৎ কৰাৰৰ লগত জড়িত বাকী সকলো শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি শাস্তি প্ৰদান কৰিবলৈ চিচিবৰগাওঁ আৰক্ষীক দাবী জনায় ছাত্ৰ নেতা গৰাকীয়ে ।