বুধবাৰে তিনিচুকীয়াৰ ভোট গ্ৰহন কেন্দ্ৰ সমুহৰ শেহতীয়া অৱস্থাৰৰ পৰ্য্যালোচনা কৰে জিলা আয়ুক্তই। আগন্তুক লোক সভা নিৰ্বাচনত তিনিচুকীয়া জিলাৰ অন্তৰ্গত চাৰিওটা বিধানসভা সমষ্টিৰ ভোট গহন কেন্দ্ৰ সমুহৰ শেহতীয়া অৱস্থাৰ আজি পৰ্য্যালোচনা চলোৱা হয়। জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত আয়োজিত এক সভাত জিলা আয়ুক্ত তথা জিলা নিৰ্বাচন বিষয়া স্বপনীল পালে সংশ্লিষ্ট কোষৰ বিষয়া, ভাৰপ্ৰাপ্ত বিষয়া আৰু চেক্টৰ বিষয়া সকলৰ লগত।এইসম্পৰ্কে আলোচনাত মিলিত হয়। সভাত প্ৰতিটো ভোট গ্ৰহন কেন্দ্ৰত আৱশ্যকীয় সুবিধা সমুহ উপলব্ধ হোৱাৰ নিশ্চিত কৰিবলৈ জিলা আয়ুক্ত গৰাকীয়ে নিৰ্দেশ দিয়ে।প্ৰতিটো ভোট গ্ৰহন কেন্দ্ৰসমুহত বিজুলী-বাতি, প্ৰসাৱগাৰ শৌচাগাৰ , পানী যোগান, শাৰিৰীক ভাৱে বাধাগ্ৰস্ত সকলৰ বাবে ৰেম্প আদিৰ সুবিধা সমুহ নিশ্চিত কৰিবৰ বাবে সংশ্লিষ্ট দায়িত্ব শীল বিষয়াক ততাতৈয়াকে ব্যৱস্থা ল'বলৈ নিদেৰ্শ দিয়ে। উল্লখনীয় যে তিনিচুকীয়াৰ ।চাৰিওটা বিধান সভা সমষ্টিৰ ছশ সাতান্নবৈটা ভোট গ্ৰহন কেন্দ্ৰ আছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
৭৫ বছৰীয়া এখন জাতীয় পতাকা
সমগ্ৰ ভাৰতবৰ্ষই ৭৫ বছৰীয়া স্বাধীনতা দিৱস পালন কৰি থকাৰ সময়তে এইবাৰ ১৫ আগষ্টত উৰিব এখন ৭৫...
कृषिमंत्री अब्दुल सत्तार यांच्या प्रमुख उपस्थितीत कन्नड येथे शिंदे गटाचा मेळावा
कन्नड: राज्य सरकार शेतकऱ्यांच्या पाठीशी खंबीरपणे उभे आहेत.अतिवृष्टीसाठी विहित करण्यात आलेल्या...
गगनयान लॉन्च करने में जल्दबाजी नहीं करेगा ISRO, सोमनाथ बोले- पहली मानव अंतरिक्ष उड़ान की सुरक्षा पर ही फोकस
ISRO Gaganyaan Launch date भारतीय अंतरिक्ष अनुसंधान संगठन (इसरो) ने अंतरिक्ष में मानव...
AAJTAK 2। CANCER HOROSCOPE । ZODIAC TODAY | कर्क राशि । आज का राशिफल | AAJ KA RASHIFAL | 04 OCT 2023
AAJTAK 2। CANCER HOROSCOPE । ZODIAC TODAY | कर्क राशि । आज का राशिफल | AAJ KA RASHIFAL | 04 OCT 2023
ભારે વરસાદ ની આગાહી : હવામાન વિભાગની આગાહી- દેશના આ રાજ્યોમાં આગામી 5 દિવસ સુધી પડી શકે છે ભારે વરસાદ
ભારતીય હવામાન વિભાગ (IMD) એ મંગળવારે આગામી પાંચ દિવસ સુધી દેશના કેટલાક ભાગોમાં ભારે વરસાદની આગાહી...