আজি চৰাইদেউ জিলাৰ সাপেখাটীৰ বিভিন্ন বুথত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহন কৰে সোনাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ।সাপেখাটি মণ্ডলৰ অন্তৰ্গত ৭নং বুথৰ সভাপতি প্ৰবীন গগৈ , ১৩নং বুথৰ সভাপতি দীপক গগৈ, ৯১নং বুথৰ সভাপতি বগাধৰ ৰাজখোৱাৰ উপস্থিতিত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহন কৰে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। এই সভাত ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাকে প্ৰমুখ্য কৰি স্থানীয় গণ্য-মান্য লোক।উপস্থিত থাকে। সভাত আগন্তুক লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈক বিপুল ভোটত জয়ী কৰাৰ সন্দৰ্ভত আলোচনা কৰাহয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ધારી;-દશેરાના તહેવાર દરમિયાન ઠેરઠેર માવાની મિઠાઈ ઓનુ વેચાણ-સારૂએવુ વેચાણ
ધારી;-દશેરાના તહેવાર દરમિયાન ઠેરઠેર માવાની મિઠાઈ ઓનુ વેચાણ-સારૂએવુ વેચાણ
बीडी मजदूरो को तत्कालीन जिलाधीश महोदय द्वारा आवंटित निःशुल्क आवासीय भूमि आदेश स0 129 दि० 16-05-2013 के कम में कब्जा दिये जाने बाबत।
मे चयनित ग्राम दौलतपुरा ग्राम पंचायत हटटीपुरा तहसील बून्दी मे चिन्हित भूमि खसरा संख्या 200/25...
અરવિંદ કેજરીવાલ જી 7મી ઓગસ્ટે બોડેલી, છોટા ઉદેપુરમાં વિશાળ જન સભાને સંબોધશેઃ ઇસુદાન ગઢવી
અરવિંદ કેજરીવાલ જી 7મી ઓગસ્ટે બોડેલી, છોટા ઉદેપુરમાં વિશાળ જન સભાને સંબોધશેઃ ઇસુદાન ગઢવી
আলফাৰ জ্যেষ্ঠ নেতা জীৱন মৰাণৰ মৃত্যু
আলফাৰ জ্যেষ্ঠ নেতা জীৱন মৰাণৰ মৃত্যু
દાહોદ શહેરમા થયેલ ત્રણ મોબાઇલ ચોરીનાના આરોપીને ૨૪ કલાકમા ઝડપી પાડતી દાહોદ ટાઉન એ ડિવીઝન પોલીસ
દાહોદ શહેરમા થયેલ ત્રણ મોબાઇલ ચોરીનાના આરોપીને ૨૪ કલાકમા ઝડપી પાડી ૧૦૦% મુદામાલ રીકવર કરતી દાહોદ...