ৰাখীবন্ধন হৈছে ভাতৃ ভগ্নীৰ মাজত এক পবিত্ৰ সম্বন্ধ। এই সম্পৰ্কৰ দ্বাৰাই ভনীয়েকে ককায়েক বা ভায়েকৰ হাতত ৰাখী পিন্ধাই সম্পৰ্ক সুদৃঢ় কৰে। এই পৰম্পৰা প্ৰাচীন কালৰে পৰাই চলি আহিছে। ইয়াৰ অৰ্থ এয়েই যে ককায়েকে যিকোনো পৰিস্থিতিত মৰমৰ ভনীয়েকক বিপদতে হওক বা যিকোনো সময়ত সহায়ৰ হাত আগবঢ়ায়। পবিত্ৰ দিনটোৰ লগত সংগতি দেৰগাওঁ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ ফালৰ পৰা দেৰগাওঁ থানা ,পৌৰসভা ,SDC অফিচ ,ডাকঘৰ আদি বিভিন্ন চৰকাৰী ,বেচৰকাৰী অনুষ্ঠানত ৰক্ষা বন্ধন কাৰ্য্যসূছী পালন কৰা হ’ল। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ দেৰগাওঁ সম্পাদক মাধুৰ্য্য বৰাৰ লগতে সমুহ কাৰ্য্যকৰ্তা উপস্থিত থাকে । বিদ্যাৰ্থী পৰিষদে জনসাধাৰণৰ মাজত ভাতৃত্ববোধৰ এনাজৰী সুদৃঢ় কৰাও সংকল্প লয় ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
নলবাৰীত অসম জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদৰ গণ অৱস্থান ধৰ্মঘট
নলবাৰী চহৰৰ গৰ্ডন চ’কত আজি অসম জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতৰ উদ্যোগত গণ...
ભાવનગર મહુવાના દરિયામાં ઊંચા મોજા ઉછળવાના કારણે ડોલ્ફીનનું બચ્ચુ તણાઈ આવ્યું : Video
biparjoy cyclone : ભાવનગર મહુવાના ઉંચા કોટડાના દરિયામાં ઊંચા મોજા ઉછળવાના કારણે ડોલ્ફીનનું બચ્ચુ...
લાખણી માં આજે કોંગ્રેસ દ્વારા બંધનું એલાન આપવામાં આવ્યું હતું.
લાખણી માં આજે કોંગ્રેસ દ્વારા બંધનું એલાન આપવામાં આવ્યું હતું.
સિહોર માં આજે સોમવારે શિવાલયો માં સુશોભન કરશે
સિહોર સહિત સમગ્ર ગુજરાતમાં તેમજ પુરા ભારતમાં ભોળાનાથ અને શ્રીકૃષ્ણની આરાધનાના મહાપર્વ પવિત્ર...
দিছপুৰ আৰক্ষী থানাত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল ৰাজ্য সভাৰ সাংসদ
অজিত কুমাৰ ভূঞাৰ
দিছপুৰ আৰক্ষী থানাত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল ৰাজ্য সভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ...